ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EXCLUSIVE

নতুন নিয়ম: এম্বুলেন্সক বাট এৰি নিদিলে চালকে ভৰিব লাগিব দহ হাজাৰ টকাৰ জৰিমনা

ASSAM TIMES POST by ASSAM TIMES POST
July 18, 2019
Reading Time: 1 min read
A A
0
নতুন নিয়ম: এম্বুলেন্সক বাট এৰি নিদিলে চালকে ভৰিব লাগিব দহ হাজাৰ টকাৰ জৰিমনা

RELATED POSTS

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

ASSAM TIMES POST,নিউজ ডেস্ক,নতুন দিল্লী: দেশত এতিয়াৰ পৰা প্ৰযোজ্য হব নতুন নিয়ম। যিসকল চালকে জৰুৰীকালীন সেৱা এম্বুলেঞ্চক বাট এৰি নিদিয়ে তেনে চালকৰ বিৰুদ্ধে এতিয়াৰে পৰা অধিক কঠোৰ হ’ব চৰকাৰ।

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত কয় যে চৰকাৰে মটৰ ভেহিকল বিধেয়ক ২০১৯ৰ সংশোধনী ঘটাই এনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে যিসকল চালকে অনুজ্ঞাপত্ৰ নোহোৱাকৈ গাড়ী চলায় তেওঁলোকে পাঁচ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব। যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে পূৰ্বে এশ টকাৰ জৰিমনা বিহা হৈছিল যদিও এতিয়াৰে পৰা আইনখনৰ সংশোধন ঘটাই সেই ধনৰ পৰিমাণ ৫০০ টকা কৰা হৈছে।

লগতে হেলমেট পৰিধান নকৰাকৈ বাহন চলোৱা লোকসকলে এতিয়াৰে পৰা এক হাজাৰ টকা আৰু যিসকল ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীয়ে গাড়ী চলায় তেনে ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত পিতৃক ২৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে তিনি বছৰৰ কাৰাদণ্ডও বিহা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

অপ্ৰাপ্তবয়স্ক লোকে চলোৱা গাড়ীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব। মদ খাই গাড়ী চলালে দহ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভাত দিয়া লিখিত প্ৰশ্নৰ উত্তৰত এনেদৰে উল্লেখ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী
EXCLUSIVE

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

by News Desk
November 22, 2022
50
দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন
EXCLUSIVE

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

by News Desk
October 11, 2022
66
আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক
ALL NEWS

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

by Staff Reporter
July 11, 2021
50
বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?
ALL NEWS

বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?

by News Desk
October 29, 2020
86
Karbi Anglong Police released video on Substance Abuse Awareness :
Video News

Karbi Anglong Police released video on Substance Abuse Awareness :

by ASSAM TIMES POST
July 10, 2020
326
গুৱাহাটীত নৰ্মদা বচোৱা আন্দোলনৰ নেতা মেধা পাটকাৰ, সণ্ডীপ পাণ্ডেঃ কাৰাগাৰত সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক
ALL NEWS

ডিলাইত চুৰি ফৰ্চুনাৰ গাড়ীসহ এটা চোৰ আটক:

by Staff Reporter
February 25, 2020
91
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
51
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
52
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d