ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিলাইত চুৰি ফৰ্চুনাৰ গাড়ীসহ এটা চোৰ আটক:

Staff Reporter by Staff Reporter
February 25, 2020
Reading Time: 1 min read
A A
0
গুৱাহাটীত নৰ্মদা বচোৱা আন্দোলনৰ নেতা মেধা পাটকাৰ, সণ্ডীপ পাণ্ডেঃ কাৰাগাৰত সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক

RELATED POSTS

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

0 1 e1574345654996 6 | ASSAM TIMES POST ASSAM TIMES POST

ডিফু, ২৫ ফেব্ৰুৱাৰী: বিভিন্ন স্থানৰ পৰা চুৰি গাড়ী চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰলৈ নিয়াৰ বাবে কাৰবি আংলঙৰ ডিলাইক নিৰাপদ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আজি বিপদত পৰিল এটা গাড়ী চোৰ ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি আজি কাহিলি পুৱাতে ডিলাই তালাচী গেটত নিয়মীয়া তালাচী চলাই থাকোঁতে ডিমাপুৰ অভিমুখে গৈ থকা AS,01-DV- 2330 পঞ্জীয়ন নম্বৰৰ বগা ৰঙৰ ফৰ্চুনাৰ গাড়ীসহ এটা চোৰক ডিলাই আৰক্ষীয়ে সন্দেশবশত: আটক কৰে ৷

WhatsApp Image 2020 02 25 at 20.29.58 | ASSAM TIMES POST

WhatsApp Image 2020 02 25 at 20.29.59 1 | ASSAM TIMES POST

WhatsApp Image 2020 02 25 at 20.29.59 | ASSAM TIMES POST

ধৃত চোৰটোক সোধ-পোছ কৰাত গাড়ীখনৰ একো নথি- পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷ চালকজনৰ মোবাইলত থকা গাড়ীখনৰ এটা আৰচি প্ৰদৰ্শন কৰিছে যদিও গাড়ীৰ চেছিছ নম্বৰৰ লগত সেয়া সাদৃশ্য নথকাত চোৰটোক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ ধৃত চোৰটো দিল্লীৰ শাস্ত্ৰী নগৰ অশোক বিহাৰৰ মহিপাল সিঙ বুলি চিনাক্ত কৰা হৈছে ডিলাই থানাৰ অ’চি ৰঞ্জিত হাজৰিকাই জানিবলৈ দিছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: assamDiphu
Share19Tweet5Send

Related Posts

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
50
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
54
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
53
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
59
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
52
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d