ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Flood I ৰাজ্যত বানত মৃত্যু দুজনৰ, ৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

নিউজ ডেস্কঃ

News Desk by News Desk
June 24, 2023
Reading Time: 1 min read
A A
0
Assam Flood I ৰাজ্যত বানত মৃত্যু দুজনৰ, ৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

বান পৰিস্থিতিক লৈ অসমত (Assam Flood) ক্ৰমান্বয়ে উদ্বেগ বৃদ্ধি পাইছে। শেহতীয়া বানত ৰাজ্যত এই পৰ্যন্ত মৃত্যু হৈছে দুজন (two deaths) লোকৰ। আনহাতে, ৪.৮ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত (More than 4.8 lakh people affected) হৈছে। ১৯ খন জিলা ক্ষতিগ্ৰস্ত হৈছে বানৰ ফলত। ইয়াৰ উপৰি ১০৭ বৰ্গকিলোমিটাৰ এলেকাৰ শস্য অনিষ্ট হোৱাৰ আশংকা কৰা হৈছে। এই তথ্য ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ।

আনহাতে, ৰাজ্য প্ৰশাসনৰ সূত্ৰ অনুসৰি, নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলত পানীয়ে উটুৱাই নিয়াৰ ফলত এজন লোকৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে তামুলপুৰ অঞ্চলত আৰু এজনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল।

ৰাজ্যত বান
ৰাজ্যত বানত মৃত্যু দুজনৰ, ৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি, অসমৰ দ অঞ্চলৰ জিলাসমূহেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে বজালী জিলা। জিলাখনত ২.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। নলবাৰীত ৮০ হাজাৰ ৬১ জন বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে। বৰপেটাত এই সংখ্যা ৭৩ হাজাৰ ২৩৩।

মুঠ ১৪খন জিলাত ১৪০টা সাহায্য শিবিৰ মুকলি কৰা হৈছে। তাত আশ্ৰয় লৈছে ৩৫ হাজাৰৰো অধিক লোক। ব্ৰহ্মপুত্ৰকে ধৰি ১০খন নদীৰ জলপৃষ্ঠ স্বাভাৱিকতকৈ ওপৰত। আনহাতে, বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, আগন্তুক পাঁচ দিনত অসমত ক্ৰমান্বয়ে বৰষুণ কমি আহিব। আগন্তুক কেইদিনমানলৈ ৰাজ্যৰ বিভিন্ন জিলাত সামান্যৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।

Tags: AssamFloodfloodaffectedঅসমবানপানীবানক্ষতিগ্ৰস্ত
Share4Tweet3Send

Related Posts

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx