ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Rahul Gandhi’s visit to Manipur I ‘হিংসাক লৈ ৰাজনীতি কৰা উচিত নহয়’; ৰাহুলৰ মণিপুৰ ভ্ৰমণ সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য

নিউজ ডেস্কঃ

News Desk by News Desk
June 30, 2023
Reading Time: 1 min read
A A
0
Rahul Gandhi’s visit to Manipur I ‘হিংসাক লৈ ৰাজনীতি কৰা উচিত নহয়’; ৰাহুলৰ মণিপুৰ ভ্ৰমণ সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য

RELATED POSTS

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

প্ৰায় দুমাহ ধৰি বিজেপি চৰকাৰ আৰু কেন্দ্ৰই মণিপুৰৰ হিংসাত্মক (Violence in Manipur) পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব (Himanta Biswa Sarma)ই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ (Rahul Gandhi’s visit to Manipur) সন্দৰ্ভত মন্তব্য কৰিছে। শুকুৰবাৰে ৰাহুলৰ মণিপুৰ ভ্ৰমণৰ কথা উল্লেখ কৰি তেওঁ মন্তব্য কৰে, কোনো ৰাজনৈতিক নেতাই হিংসাক লৈ ফায়দা উঠাবলৈ চেষ্টা কৰিব নালাগে।

Rahul Gandhi
Rahul Gandhi’s visit to Manipur:

ৰাহুলৰ এই ভ্ৰমণে মণিপুৰলৈ শান্তি অনাত সহায় নকৰে বুলি উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, ‘সাধাৰণতে এনে ভ্ৰমণ প্ৰচাৰৰ বাবে হয়।’ ইফালে মণিপুৰ ভ্ৰমণৰ দ্বিতীয় আৰু অন্তিমদিনা অৰ্থাৎ শুকুৰবাৰে পুৱা ৰাহুলে শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰে মৈৰাং অঞ্চল। হিংসাত বিচ্ছিন্ন হৈ পৰা পৰিয়ালৰ সৈতে কথা পাতে। কংগ্ৰেছৰ সূত্ৰ অনুসৰি, তেওঁ দুপৰীয়া ইম্ফল অঞ্চলৰ আন কিছুমান শিবিৰ পৰিদৰ্শন কৰিব।

দিল্লীলৈ যোৱাৰ পূৰ্বে ৰাহুলে মণিপুৰ প্ৰদেশ কংগ্ৰেছ ভৱনতো সংবাদমেল অনুষ্ঠিত কৰিব পাৰে।উল্লেখযোগ্য যে কংগ্ৰেছৰ বিজেপিত যোগদান কৰাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে কংগ্ৰেছক টাৰ্গেট কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। যোৱা বছৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতাগৰাকীক উদ্দেশ্য কৰি তেওঁৰ তীব্ৰ মন্তব্য আছিল, “ৰাহুলক এতিয়া চাদ্দাম হুছেইনৰ দৰে দেখা গৈছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurvisitRahulGandhiমণিপুৰভ্ৰমণৰাহুলগান্ধী
Share5Tweet3Send

Related Posts

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ
NORTHEAST

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

by News Desk
October 2, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

by News Desk
September 29, 2026
51
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

by News Desk
September 26, 2026
60
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
54
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

by News Desk
September 26, 2026
54
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
57
ADVERTISEMENT
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

October 2, 2026
50
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ
Assam

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

October 2, 2026
50
Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা
Assam

Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

October 2, 2026
50
Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
Assam

Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

October 2, 2026
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

October 2, 2026
Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d