ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

PM Modi Assam visit I শনিবাৰে অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিব কেইবাটাও প্ৰকল্প

নিউজ ডেস্কঃ

News Desk by News Desk
February 2, 2024
Reading Time: 1 min read
A A
0
PM Modi Assam visit I শনিবাৰে অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিব কেইবাটাও প্ৰকল্প

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত (two day visit to Assam) উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুঠ ১১,৫৯৯ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন আৰু শুভাৰম্ভণি কৰিব। এক সংবাদমেলত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সম্পৰ্কে বিতংভাৱে ব্যাখ্যা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰে শনিবাৰে নিশা ৭.৩০ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী। নিশা তেওঁ দলৰ ৰাজ্যিক ক’ৰ কমিটীৰ সৈতে এক আলোচনাত মিলিত হ’ব। নিশাটো ৰাজ্যিক অতিথিশালাত কটাই দেওবাৰে দিনৰ ১১.৩০ বজাত তেওঁ এখন ৰাজহুৱা সভা সম্বোধন কৰিব। এই সভাখন অনুষ্ঠিত হ’ব খানাপাৰাত। এই সভাৰ পৰায়ে তেওঁ মুঠ ১১,৫৯৯ কোটি টকাৰ প্ৰকল্পকেইটাৰ ভাৰ্চুৱেলী শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব।

শনিবাৰে অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিব কেইবাটাও প্ৰকল্প
শনিবাৰে অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিব কেইবাটাও প্ৰকল্প:

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন আৰু আধাৰশিলা কৰিবলগীয়া প্ৰকল্পসমূহ হৈছে-

  •  পি এম ডিভাইন আঁচনিৰ অধীনত কামাখ্যা ক’ৰিডৰৰ আধাৰশিলা স্থাপন । এই প্ৰকল্পত মুঠ ব্যয় ৪৯৮ কোটি টকা ধাৰ্য কৰা হৈছে ।
  • লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেললৈ ছয়লেনযুক্ত পথৰ আধাৰশিলা স্থাপন । ধাৰাপুৰৰ পৰা গৰল হৈ নিৰ্মাণ কৰিবলগীয়া এই পথৰ বাবে ৩৫৮ কোটি টকা ধাৰ্য কৰা হৈছে ।
  • অসমমালাৰ দ্বিতীয় সংস্কৰণৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে । এই আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগা ৰাজ্যৰ ৪৩ টা নতুন পথৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ বাবে ব্যয় ধাৰ্য কৰা হৈছে ৩,৪৪৪ কোটি টকা ।
  • নেহৰু ষ্টেডিয়ামক নতুনকৈ সজোৱাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ । ফিফা ৱৰ্ল্ডকাপ পৰ্যায়ৰ স্প’ৰ্টছ কমপ্লেক্স হিচাপে নিৰ্মাণ কৰা হ’ব নেহৰু ষ্টেডিয়ামক । বেতৰ খৰাহীৰ আৰ্হিত নতুনকৈ নিৰ্মাণ কৰিবলগা নেহৰু ষ্টেডিয়ামত ৰাজ্যৰ সকলো ক্ৰীড়া সন্থাৰ কাৰ্যালয় থাকিব । ৩০ হাজাৰ আসনবিশিষ্ট ক্ৰীড়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ বাবে ব্যয় ধাৰ্য কৰা হৈছে ৮৩১ কোটি টকা ।
  •  ৩০০ কোটি টকা ব্যয়সাপেক্ষে চন্দ্ৰপুৰত নিৰ্মাণ হ’বলগা মাল্টি স্প’ৰ্টছ কমপ্লেক্সৰ আধাৰশিলা স্থাপন । আনহাতে, গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰক ইউনিটি মললৈ ৰূপান্তৰিত কৰা হ’ব । ইয়াৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ বাবে নিৰ্মাণ ব্যয় ২৯৭ কোটি টকা ধাৰ্য কৰা হৈছে ।
  • ৩ হাজাৰ কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল । ইয়াৰো শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে ।
Tags: PMModiAssamVisitমোদীঅসমভ্ৰমণ
Share4Tweet3Send

Related Posts

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

June 11, 2026
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

June 11, 2026
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx