ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ’ব “নাগৰিকত্ব সংশোধনী আইন”, পৰ্টেল কৰা হৈছে সাজু-

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 27, 2024
Reading Time: 1 min read
A A
0
লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ’ব “নাগৰিকত্ব সংশোধনী আইন”, পৰ্টেল কৰা হৈছে সাজু-

RELATED POSTS

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

New Logo Smal 4 | ASSAM TIMES POST

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ গৃহমন্ত্ৰণালৰ ঘোষণামৰ্মে অসম তথা পশ্চিমবংগক বাদ দি দেশৰ প্ৰতিটো প্ৰান্ততে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে নাগৰিকত্ব সংশোধনী আইন-২০১৯ (CAA)। এই আইনৰ অধীনত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা প্ৰব্ৰজন কৰা আৰু ৩১ ডিচেম্বৰ ২০১৪ ৰ আগতে ভাৰতত উপস্থিত হোৱা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টান আদি ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা প্ৰবজনকাৰীক নাগৰিকত্ব প্ৰদান কৰা হ’ব।

CAA
লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ’ব “নাগৰিকত্ব সংশোধনী আইন”:

উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত হৈছিল। সমান্তৰালকৈ, ৰাষ্ট্ৰপতিৰ অনুমোদন ক্ৰমে এই বিধেয়কখন আইনত পৰিণত হৈছিল। এইখিনিতে, মন কৰিবলগীয়া যে, “নাগৰিকত্ব সংশোধনী আইন” কাৰ্যকৰী হোৱাৰ লগে লগে ডিজিটেলী ভাৰতীয় নাগৰিকত্ব পাবৰ বাবে আৱেদন কৰিব পাৰিব। শেহতীয়া তথ্য অনুসৰি আইনখনৰ বাবে প্ৰয়োজনীয় অধিনিয়মসমূহ ইতিমধ্যে সাজু হৈছে আৰু ইয়াৰ বাবে এটা পৰ্টেল মুকলি কৰা হৈছে, য’ত আৱেদনৰ বাবে ব্যক্তিজনক ভাৰতত প্ৰৱেশৰ নিৰ্ধাৰিত দিনৰ কোনো নথি-পত্ৰৰ প্ৰয়োজন নহ’ব। ভ্ৰমণ নথি অবিহনেই ভাৰতীয় নাগৰিকত্বৰ বাবে ব্যক্তিগৰাকীয়ে আৱেদন কৰিব পাৰিব।

২০২১-২২ বৰ্ষৰ এক প্ৰতিবেদন অনুসৰি ১ এপ্ৰিল ২০২১ ৰ পৰা ৩১ ডিচেম্বৰ ২০২১ ৰ ভিতৰত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ মুঠ ১,৪১৪ গৰাকী অনামুছলিম সংখ্যালঘু লোকক নাগৰিকত্ব আইন-১৯৫৫ ৰ আধাৰত ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হৈছে। এই লোকসকলক গুজৰাট, ৰাজস্থান, চত্তিশগড়, হাৰিয়ানা, পঞ্জাৱ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, দিল্লী আৰু মহাৰাষ্ট্ৰত পঞ্জীয়ন বা স্বাভাৱিকৰণৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰা হৈছে। ইফালে নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অসম, পশ্চিমবংগৰ পৰা কেইবাখনো আবেদন দাখিল কৰা হৈছিল। এই গোচৰ এতিয়াও উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। এই গোচৰৰ মীমাংসা নোহোৱাকৈ কিদৰে এই আইনৰ কাৰ্যকৰী কৰা হ’ব তাক লৈও ভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

এই আইন কাৰ্যকৰী হোৱাৰ সময়খিনিতে একাংশ দল তথা সংগঠন পুনৰ বাৰ প্ৰতিবাদত নমাৰ উমান পোৱা গৈছে। সেয়েহে, এইক্ষেত্ৰত প্ৰশাসনক কঠোৰ হ’বলৈ নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্যকৰী হ'ব "নাগৰিকত্ব সংশোধনী আইন"পৰ্টেল কৰা হৈছে সাজু-লোকসভা নিৰ্বাচনৰ পূৰ্বে
Share4Tweet3Send

Related Posts

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ
Assam

Drowned in the Mangaldai river : মঙলদৈ নদীত ডুবি মৃত্যু কিশোৰৰ

by News Desk
October 2, 2026
50
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

by News Desk
October 2, 2026
50
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ
Assam

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

by News Desk
October 2, 2026
50
Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা
Assam

Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

by News Desk
October 2, 2026
50
Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
Assam

Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

by News Desk
October 2, 2026
50
Road accident : ৰূপহীহাটৰ কাছখাইতীত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : ৰূপহীহাটৰ কাছখাইতীত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 2, 2026
50
ADVERTISEMENT
Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন
DIPHU

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

October 2, 2026
50
Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

October 2, 2026
50
Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ
National-International

Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ

October 2, 2026
50
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

October 2, 2026
Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

October 2, 2026
Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ

Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d