ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam CM on Bangladesh border : অসম-বাংলাদেশ সীমান্ত সুৰক্ষিত হৈ আছে, মুখ্যমন্ত্ৰী

নিউজ ডেস্কঃ

News Desk by News Desk
August 8, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

New Logo Smal | ASSAM TIMES POST

বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত ভাৰত চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা (Security along Indo-Bangladesh border) ব্যৱস্থা কটকটীয়া কৰিছে। লগতে সকলো ফালৰ পৰা সষ্টম কৰি ৰাখিছে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফক। আনহাতে, সম্ভাৱ্য অনুপ্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশৰ সীমান্তৱৰ্তী ৰাজ্যসমূহকো সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে।

ইফালে অসম-বাংলাদেশ সীমান্ত (Assam-Bangladesh border)ৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr. Himanta Biswa Sarma)ই। তেওঁ কয় যে অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে। সীমান্তৰে কোনো ধৰণৰ অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হোৱা নাই।

CM BORDERP | ASSAM TIMES POST
অসম-বাংলাদেশ সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

তেওঁ কয় যে ভাৰত চৰকাৰে সীমান্ত সুৰক্ষতি কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। তাৰে পৰিপ্ৰেক্ষিতত অসম-বাংলাদেশ সীমান্ত বন্ধ কৰি ৰখা হৈছে।

আনহাতে, যিসকল ছাত্ৰ-ছাত্ৰী বাংলাদেশৰ পৰা আহিব বিচাৰে তেওঁলোকক পাছপোৰ্ট লৈ আহিবলৈ দিয়া হৈছে।
ইফালে বাংলাদেশত সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে দেশখনত হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে।

অৱশ্যে এই সময়ত ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BangladeshBordeঅসম-বাংলাদেশসীমান্ত
Share4Tweet3Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
56
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
53
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
53
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
52
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
62
ADVERTISEMENT
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
52
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
57
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
59
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d