ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

CM Secretariat Dibrugarh : ডিব্ৰুগড় সচিবালয়ত প্ৰথমদিনাই কেইবাটাও ফাইলত চহী মুখ্যমন্ত্ৰীৰ, ডিফুৰ বাবে সুখবৰ

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
September 6, 2024
Reading Time: 1 min read
A A
0
Shocking Multi-Crore Online Trading Scam: 38 Arrested, CM Issues Strong Warning Against Deceptive Schemes

RELATED POSTS

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

New Logo Smal | ASSAM TIMES POST

শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে ডিব্ৰুগড় সচিবালয়৷ এই সচিবালয়ৰ পৰা উত্তৰ আৰু উজনি অসমৰ নখন জিলাৰ কাম-কাজ তদাৰক কৰা হ’ব৷ আনহাতে, মুখ্যমন্ত্ৰী নিজে এই সচিবালয়ত সপ্তাহত চাৰিদিন উপস্থিত থাকিব৷ আজি সচিবালয়টো উদ্বেধনৰ পিছতে মুখ্যমন্ত্ৰীয়ে নিজৰ কাৰ্যালয়ত বহি কাম-কাজৰ শুভাৰম্ভণি কৰে৷ উল্লেখ্য যে ডিব্ৰুগড়ৰ মাইজানৰ জলসম্পদ বিভাগৰ অতিথিশালাটো মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ উন্নীত কৰা হৈছে৷

ডিব্ৰুগড় সচিবালয়ত প্ৰথমদিনাই কেইবাটাও ফাইলত চহী মুখ্যমন্ত্ৰীৰ, ডিফুৰ বাবে সুখবৰ
ডিব্ৰুগড় সচিবালয়ত প্ৰথমদিনাই কেইবাটাও ফাইলত চহী মুখ্যমন্ত্ৰীৰ, ডিফুৰ বাবে সুখবৰ:

এই সচিবালয়ত প্ৰথম বহিয়ে মুখ্যমন্ত্ৰীয়ে ১৬ টাকৈ গুৰুত্বপূৰ্ণ ফাইলত চহী কৰে৷ আনহাতে, কৌইবাখনো জিলাৰ আয়ুক্তক ৰদ-বলৰ নিৰ্দেশো প্ৰদান কৰে৷ লগতে গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব বুলি সংবাদ মাধ্যমৰ আগত জনায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত নিজৰ কাৰ্যালয়ত বহি মুখ্যমন্ত্ৰীয়ে চহী কৰা ফাইল আৰু নিৰ্দেশ দিয়া কামৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ ডিব্ৰুগড় সচিবালয়ৰ পৰায়ে কৰম পূজাত সবেতন ছুটীৰ দিন ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷

আনহাতে, জল জীৱন মিছনৰ এটা ফাইলতো মুখ্যমন্ত্ৰীয়ে চহী কৰাৰ উপৰি হাইড্ৰ’কাৰ্বন বিষয়ৰ পত্ৰত স্বাক্ষৰ কৰি বিভাগীয় মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে৷ ইয়াৰ উপৰি অসম ৰাজ্যিক সংগ্ৰহালয় ব্যৱস্থাপনা সমাজ সমস্যা গঠনৰ নিৰ্দেশ, সেৱা সেতুত আবেদনৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে তথ্য-প্ৰযুক্তি কোম্পানীবোৰক নিযুক্ত কৰাৰ সিদ্ধান্ত, ডিফু মেডিকেল কলেজত 29 টা পেয়িং কেবিন নিৰ্মাণৰ বাবে ১০.৪৮ কোটি টকা অনুমোদন জনায়৷

ইয়াৰ উপৰি ডঃ ননীগোপাল মহন্তক আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব, ঢকুৱাখনাৰ নতুন এছ ডি পি অ’ আৰু অ’চি নিযুক্তি, নাৰায়ণ বৰকটকীক ‘চিটা’ৰ অধ্যক্ষ নিযুক্তি আদি কেইবাটাও নিৰ্দেশনা তথা ফাইলত প্ৰথমদিনাই মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় সচিবালয়ত চহী কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: \'চিটা\'অতিথিশালাঅধ্যক্ষঅধ্যক্ষ নিযুক্তিঅসম ৰাজ্যিক সংগ্ৰহালয়অ’চি নিযুক্তিআদৰ্শ বিদ্যালয়আনুষ্ঠানিকভাৱে মুকলিউজনি অসমউত্তৰ অসমএছ ডি পি অ’করম পূজাকাম-কাজৰ শুভাৰম্ভণিকৌইবাখনো জিলাৰ আয়ুক্তগণৰাজ্য দিৱসজল জীৱন মিচনজলসম্পদ বিভাগডঃ ননীগোপাল মহন্তডঃ হিমন্ত বিশ্ব শৰ্মাডিফু মেডিকেল কলেজডিব্ৰুগড় সচিবালয়ঢকুৱাখনাতথ্য-প্ৰযুক্তি কোম্পানীনখন জিলাৰ কাম-কাজনাৰায়ণ বৰকটকীপতাকা উত্তোলনপেয়িং কেবিনব্যৱস্থাপনা সমাজমন্ত্ৰী জয়ন্ত মল্লবৰুৱামাইজানমুখ্যমন্ত্ৰী উপস্থিতিমুখ্যমন্ত্ৰী চহীশুকুৰবাৰে মুখ্যমন্ত্ৰীসচিবালয়সপ্তাহত চাৰিদিনসবেতন ছুটীসেৱা সেতুহাইড্ৰ’কাৰ্বন বিষয়১০.৪৮ কোটি টকা১৬ গুৰুত্বপূৰ্ণ ফাইল
Share5Tweet3Send

Related Posts

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

by News Desk
September 29, 2026
50
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

by News Desk
September 28, 2026
51
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

by News Desk
September 28, 2026
52
King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

by News Desk
September 28, 2026
52
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
56
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
53
ADVERTISEMENT
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
52
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
54
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d