ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jharkhand Elections 2024 : ঝাৰখণ্ডত প্ৰথম পৰ্যায়ত ৪৩টা বিধানসভা সমষ্টিত ৬৮৫ গৰাকী প্ৰাৰ্থী

নিউজ ডেস্কঃ

News Desk by News Desk
November 1, 2024
Reading Time: 1 min read
A A
0
Jharkhand Elections 2024 : ঝাৰখণ্ডত প্ৰথম পৰ্যায়ত ৪৩টা বিধানসভা সমষ্টিত ৬৮৫ গৰাকী প্ৰাৰ্থী

RELATED POSTS

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal 4 | ASSAM TIMES POST

ঝাৰখণ্ড (Jharkhand)ত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায় (First phase)ৰ বিধানসভা নিৰ্বাচন (Assembly Elections)ত মুঠ ৬৮৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। শুকুৰবাৰে এই কথা অৱগত কৰে নিৰ্বাচন আয়োগে। ১৩ নৱেম্বৰ (13 November)ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

১৮-২৫ অক্টোবৰলৈ ঝাৰখণ্ডত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মনোনয়ন দাখিল পৰ্ব। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া কে ৰবিকুমাৰে কয়, “মুঠ ৮০৫ জনে মনোনয়ন দাখিল কৰিছিল। মনোনয়ন পৰীক্ষাৰ পিছত ৭৪৩ জনক ‘বৈধ প্ৰাৰ্থী’ ঘোষণা কৰা হৈছে। ইয়াৰ পিছত ৫৮ জন লোকে মনোনয়ন প্ৰত্যাহাৰ কৰে। বৰ্তমান প্ৰতিদ্বন্দ্বিতাত ৬৮৫ জন লোক আছে।” জামছেদপুৰ-পূব সমষ্টিত সৰ্বাধিক ২৮ জন আৰু জগন্নাথপুৰ সমষ্টিত সৰ্বনিম্ন ৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলিও ৰবিয়ে জানিবলৈ দিয়ে।

jar 1 | ASSAM TIMES POST
ঝাৰখণ্ডত প্ৰথম পৰ্যায়ত ৪৩টা বিধানসভা সমষ্টিত ৬৮৫ গৰাকী প্ৰাৰ্থী

২০১৯ চনৰ বিধানসভা নিৰ্বাচনত এই ৪৩টা সমষ্টিত মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ৬৩৩ জন। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপিৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী চাম্পাই ছোৰেন (ছেৰাইকেলা), তেওঁৰ পুত্ৰ বাবুলাল (ঘাটশিলা), প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোৰাৰ পত্নী তথা প্ৰাক্তন সাংসদ গীতা কোৰা (জগন্নাথপুৰ) আৰু আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাৰ পত্নী মীৰা (পটকা)।

উল্লেখযোগ্য কংগ্ৰেছ প্ৰাৰ্থী হৈছে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন আই পি এছ অজয় কুমাৰ (জামছেদপুৰ পূব) আৰু মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ কেবিনেট সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ ওৰাওন (লোহৰদগা)।

অহা ২০ নৱেম্বৰত দ্বিতীয় আৰু অন্তিম পৰ্যায়ত ঝাৰখণ্ডৰ বাকী ৩৮টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত হ’ব ভোটগণনা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: JharkhandElectionsঝাৰখণ্ডবিধানসভানিৰ্বাচন
Share4Tweet3Send

Related Posts

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
51
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
53
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d