ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Supreme Court of India : ৰাজ্যৰ ডিটেনচন শিবিৰবোৰত এমাহৰ ভিতৰত পৰ্যাপ্ত আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিবলৈ ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ

নিউজ ডেস্কঃ

News Desk by News Desk
November 4, 2024
Reading Time: 1 min read
A A
0
Supreme Court of India : ৰাজ্যৰ ডিটেনচন শিবিৰবোৰত এমাহৰ ভিতৰত পৰ্যাপ্ত আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিবলৈ ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

New Logo Smal 1 | ASSAM TIMES POST
অসমৰ ডিটেনচন শিবিৰ (Detention camps in Assam)ত পর্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ (Lack of infrastructure) সন্দৰ্ভত ছুপ্রিম কোর্ট (Suprem Court)ত চলি থকা গোচৰ সন্দৰ্ভত সোমবাৰে শুনানিত অসম চৰকাৰক সময়সীমা বান্ধি দিলে দেশৰ শীর্ষে আদালত। ন্যায়াধীশ অভয় এছ একা আৰু অগাষ্টিন জর্জ মাচিহৰ বিচাৰপীঠে এক মাহৰ ভিতৰত ডিটেনচন শিবিৰবোৰত পর্যাপ্ত আন্তঃগাঁথনি নিশ্চিত কৰিবলৈ শুনানিত নিৰ্দেশ দিয়ে।

আনহাতে, ৰাজ্য চৰকাৰৰ প্রতিনিধি দলক এই শিবিৰবোৰ পৰিদর্শন আৰু সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনাৰো নিৰ্দেশ দিছে ছুপ্রিম কোর্টে। উল্লেখ্য যে নাগৰিকত্বৰ সন্দেহ থকা বা ‘ফৰেইনাৰ্ছ ট্রিবুনেল’-এ অবৈধ নাগৰিক বুলি ভবাসকলক আটক কৰাৰ পিছত এই ডিটেনচন শিবিৰত ৰখা হয়। কিন্তু এই শিবিৰবোৰত পর্যাপ্ত আন্তঃগাঁথনি নাই বুলি বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আহিছে।

detaintion | ASSAM TIMES POST
ৰাজ্যৰ ডিটেনচন শিবিৰবোৰত এমাহৰ ভিতৰত পৰ্যাপ্ত আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিবলৈ ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ

আনহাতে, বিগত জুলাই মাহতো এই সন্দৰ্ভত শীর্ষ আদালতৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে অসম চৰকাৰ সতৰ্ক কৰি দিছিল। পর্যাপ্ত পানী আৰু অনাময় ব্যৱস্থাৰ অভাৱৰ কথা উল্লেখ কৰিছিল শীর্ষ ন্যায়ালয়ে। আনকি খাদ্য আৰু চিকিৎসা ব্যৱস্থাক লৈয়ো কোনো স্পষ্ট ধাৰণা নাই বুলিও উচ্চতম ন্যায়ালয়ে জনাইছিল।

সোমবাৰে গোচৰৰ শুনানিৰ সময়ত পুনৰ ডিটেনচন শিবিৰৰ পৰিস্থিতিক লৈ অসন্তুষ্টি প্রকাশ কৰে ন্যায়াধীশ একাই। তেওঁ কয়, “ডিটেনচন শিবিৰবোৰৰ অৱস্থায় সন্তুষ্টি প্রকাশৰ কোনো অৱকাশ নাই। ৰাজ্যৰ ন্যায়িক সেৱাৰ ৰিপোর্ট অনুযায়ী ন্যূনতম স্বাস্থ্য ব্যৱস্থাৰো অভাৱ আছে। মহিলা চিকিৎসকো তাত নাই। পর্যাপ্ত আন্তঃগাঁথনি চৰকাৰে নিশ্চিত কৰিব লাগিব।” আনহাতে, চৰকাৰৰ সৈতে সংশ্লিষ্ট সকলো পক্ষৰ বৈঠকৰ সময়ত ৰাজ্যৰ ন্যায়িক সেৱা কর্তৃপক্ষকো উপস্থিত থকাৰ নির্দেশ দিছে শীর্ষ আদালতে। উক্ত বৈঠকৰ পিছত অহা ৯ ডিচেম্বৰত আইনী সেৱা কর্তৃপক্ষক আদালতত ৰিপোর্ট দাখিলৰ নির্দেশ দিয়া হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamDetentionCampsDetentionCampsডিটেনচনশিবিৰ
Share4Tweet3Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
52
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
51
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
ADVERTISEMENT
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
50
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
50
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026
50
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
Manipur Extortion Case : Militant Among 3 Arrested

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d