ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Old Woman Rape Case : লম্পটৰ কবলৰ পৰা ৰেহাই নাপালে ৭৫ বছৰীয়া বৃদ্ধায়ো, ঘৰত সোমাই ধৰ্ষণৰ অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
November 20, 2024
Reading Time: 1 min read
A A
0
Old Woman Rape Case : লম্পটৰ কবলৰ পৰা ৰেহাই নাপালে ৭৫ বছৰীয়া বৃদ্ধায়ো, ঘৰত সোমাই ধৰ্ষণৰ অভিযোগ

RELATED POSTS

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

New Logo Smal 4 | ASSAM TIMES POST

এগৰাকী ৭৫ বছৰীয়া মহিলা (75 year old woman)ক তেওঁৰ খেতিপথাৰত নিয়োজিত এগৰাকী শ্ৰমিকে ধৰ্ষণ কৰাৰ অভিযোগ (Allegations of rape) উত্থাপিত হৈছে। ঘটনাটো দেওবাৰে কৰ্ণাটকৰ কালাবুৰাগী জিলা (Kalaburagi district of Karnataka)ত সংঘটিত হয়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে উত্তেজনা বিয়পি পৰে।

চিনচোলিৰ ডিএছপি সঙ্গমনাথ হীৰেমথে মঙলবাৰে খবৰটো নিশ্চিত কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনে ভুক্তভোগীৰ খেতিপথাৰত দিন হাজিৰা কৰিছিল। আনহাতে, ৭৫ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছৰে পৰা ঘৰটোত অকলে বাস কৰি আছিল। অভিযোগ অনুসৰি, দেওবাৰে পুৱা প্ৰায় ১০ বজাত যুৱকজন বৃদ্ধাগৰাকীৰ ঘৰলৈ যায়। মহিলাগৰাকীয়ে পূৰ্বপৰিচিত হোৱাৰ বাবে দুৱাৰখন খুলি দিয়ে। কিন্তু তাৰ পিছতে যুৱকজনে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ। ইফালে ঘটনাটো সংঘটিত কৰি অভিযুক্তই পলায়ন কৰে।

Old | ASSAM TIMES POST
কৰ্ণাটকৰ কালাবুৰাগী জিলাত ৭৫ বছৰীয়া বৃদ্ধায়ো, ঘৰত সোমাই ধৰ্ষণ

আৰক্ষীয়ে জনোৱা অনুসৰি, ভুক্তভোগী ২৪ ঘণ্টাৰো অধিক সময় ঘৰৰ ভিতৰত তেনেকৈয়ে পৰি আছিল। সোমবাৰে পুৱা চুবুৰীয়াসকলৰ সন্দেহ হোৱাত ঘৰত প্ৰৱেশ কৰি বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি বিদাৰৰ জিলা চিকিৎসালয়লৈ লৈ যায়। প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁক তাত ভৰ্তি কৰোৱা হয়। শাৰীৰিক পৰীক্ষাত ধৰ্ষণৰ প্ৰমাণো পোৱা যায়। চিকিৎসালয় কৰ্তৃপক্ষই তাৰ পিছত আৰক্ষীক খবৰ দিয়ে।

ইফালে ঘটনাটো পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৬৪ ধাৰাৰ (ধৰ্ষণ) অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে অভিযুক্ত এতিয়াও পলাতক। তেওঁক বিচাৰি উলিওৱাৰ বাবে অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: OldWomanRape৭৫বছৰীয়াবৃদ্ধাকধৰ্ষণ
Share4Tweet3Send

Related Posts

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

by News Desk
September 26, 2026
50
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

by News Desk
September 26, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
51
ADVERTISEMENT
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
50
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
50
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
50
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d