ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Gaurav Gogoi Iগৌৰৱ গগৈৰ Facebook Live: জনজাতীয় সংগঠনসমূহৰ তীব্ৰ প্ৰতিবাদ আৰু ৰাজনৈতিক বিতৰ্ক

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 7, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

তুলিৰাম ৰংহাঙৰ পুত্ৰ ছেংদন ৰংহাঙৰ ঘৰৰ সন্মূখত গৌৰৱ গগৈৰ ফেইছ বুক লাইভৰ ডিফুত সোমবাৰে বিৰোধিতা কৰে বিভিন্ন জনজাতীয় দল- সংগঠনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁৰ শেহতীয়া ডিফু ভ্ৰমণ কালত নিৰ্মীয়মান অৱস্থাত থকা এটা প্ৰসাদোপম ঘৰৰ সন্মুখত Facebook Live কৰি সেই ঘৰটোৰ গৰাকী কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ বুলি ইংগিত প্ৰদান কৰিছিল।

গৌৰৱ গগৈৰ Facebook Live: জনজাতীয় সংগঠনসমূহৰ তীব্ৰ প্ৰতিবাদ আৰু ৰাজনৈতিক বিতৰ্ক
গৌৰৱ গগৈৰ Facebook Live: জনজাতীয় সংগঠনসমূহৰ তীব্ৰ প্ৰতিবাদ আৰু ৰাজনৈতিক বিতৰ্ক

গৌৰৱ গগৈৰ এই Facebook Live ৰ পিছতে কাৰ্বি আংলঙৰ কাৰ্বি, ডিমাছা, ৰেংমা, কুকি ছাত্ৰ সন্থাৰ নেতৃত্বই সংবাদ মেলযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ পুত্ৰ ছিংদন ৰংহাঙে সাজি থকা ঘৰটোকে CEM ৰংহাঙৰ বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে নিকৃষ্ট ৰাজনীতি কৰা বুলি ক্ষোভ ব্যক্ত কৰিছে।

কংগ্ৰেছ শাসনৰ আমোলত জনজাতীয় ৰাইজক জংঘলত ৰখা বুলি মন্তব্য কৰি এতিয়া জনজাতীয় ৰাইজৰ উন্নতি কংগ্ৰেছ সভাপতিগৰাকীৰ সহ্য হোৱা নাই বুলি সংবাদ মেলত উল্লেখ কৰে ছাত্ৰ সংগঠনসমূহৰ নেতৃত্বই।সৎ সাহস থাকিলে গগৈক গুৱাহাটীৰ ছাৰ্ভেত থকা তেওঁৰ বাসগৃহ অথবা সাংসদ প্ৰদ্যুৎ বৰদলৈ বা ৰকিবুল হুছেইনৰ বিশাল অট্টালিকাৰ সন্মুখত Facebook Live কৰিবলৈ সংবাদ মেলত আহ্বান জনোৱা হয়।

জনজাতীয় ৰাইজক অপমান কৰাৰ উদ্দেশ্যেৰে পুনৰ কাৰ্বি আংলঙলৈ আহিলে গৌৰৱ গগৈক জিলাখনত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰা হয়।সংসদৰ বিৰোধী দলৰ উপ-দলপতিৰ দৰে আসনত থাকি কাৰোবাৰ ব্যক্তিগত ঘৰৰ সন্মুখত থিয় হৈ Facebook Live কৰাটো শোভা নাপায়, ই অতি নিম্ন ৰুচিৰ কাম বুলি সংবাদ মেলত উল্লেখ কৰা হয়।সংবাদ মেলৰ অন্তত প্লে কাৰ্ড প্ৰদৰ্শন কৰি জনজাতীয় ছাত্ৰ সংগঠনসমূহৰ নেতৃত্বই গৌৰৱ গগৈৰ কাৰ্যৰ বিৰোধ সাব্যস্ত কৰে।

Tags: congress governance issuescongress president gaurav gogoidefamation of congressdifu visit gaurav gogoiethnic community representationethnic organizations protestethnic rights advocacyfacebook live controversygaurav gogoi facebook livegaurav gogoi political tacticskarbi anglong CEM tuliram ronghangkarbi anglong political climatekarbi dimasa rengma kuki studentslocal governance challengespolitical accountabilitypolitical criticismprotest against congress presidentregional political dynamicssocial media politicsson of sengdon ronghangstudent leadership statementsstudent organizations protest actionsstudent organizations responsetribal community developmentTULIRAM RONGHANG
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

June 15, 2026
50
Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব
National-International

Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব

June 15, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

June 15, 2026
50
Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?
National-International

Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

June 15, 2026
Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব

Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব

June 15, 2026
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx