ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

নিউজ ডেস্কঃ

News Desk by News Desk
March 25, 2026
Reading Time: 1 min read
A A
0
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

বৰ্তমান অসমৰ আকাশে-বতাহে নিৰ্বাহনী পৰিৱেশ। দিন আগবঢ়াৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ (Election campaign) তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যৰ দুটাকৈ প্ৰধান ৰাজনৈতিক দল শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলগীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা ঘোষণা কৰিছে। সেই অনুসৰি অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা ৫ এপ্ৰিলত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)। জানিব পৰা মতে, ১ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে বিহালীত বিশ্বনাথ জিলাৰ আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।

modi1 2 | ASSAM TIMES POST
নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

ইয়াৰ লগতে ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰধানমন্ত্ৰীয়ে গোগামুখত প্ৰচাৰ চলাব। ইয়াৰ উপৰি ৫ এপ্ৰিলত পুনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেইদিনা তেওঁ দুখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব৷ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰাৰ্থীসকলৰ হৈ তেওঁ মৰাণত নির্বাচনী প্ৰচাৰ চলোৱাৰ লগতে হোজাই আৰু লামডিঙতো প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে।

Tags: AssamElectionmodi
Share4Tweet3Send

Related Posts

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

ADVERTISEMENT
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT