ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

News Desk by News Desk
May 26, 2026
Reading Time: 1 min read
A A
0
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

বিগত কেইবছৰমানৰ পৰা কৰি অহা অভিযোগৰ পিছত এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) ‘অনুপ্ৰৱেশ আৰু অন্যান্য কাৰণত দেশৰ জনগাঁথনিগত (Demographic) ক্ষেত্ৰত অস্বাভাৱিক পৰিৱৰ্তনৰ প্ৰভাৱ’ পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে। ছ’চিয়েল মিডিয়াত অমিত শ্বাহে এই কথা ঘোষণা কৰি কয় যে কমিটীৰ অধ্যক্ষ হ’ব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নৱলেকাৰ।

কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিটীৰ সদস্যসকলৰ ভিতৰত আছে লোকপিয়ল আয়ুক্ত, প্ৰাক্তন আইএএছ বিষয়া দুৰ্গা শংকৰ মিশ্ৰ, প্ৰাক্তন আইপিএছ বিষয়া বালাজী শ্ৰীবাস্তৱ আৰু অৰ্থনীতিবিদ শমিকা ৰবি। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিবে (বিদেশ-১) সমিতিৰ সদস্য-সচিব হিচাপে কাম কৰিব বুলি উল্লেখ কৰি অমিত শ্বাহে ছ’চিয়েল মিডিয়াত লিখিছে, “জনগাঁথনিগত পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যত দুয়োটাৰে বাবে এক অতি গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আৰু ই সাৰ্বভৌমত্ব, ৰাষ্ট্ৰীয় নিৰাপত্তা, আইন-শৃংখলা, সামাজিক গাঁথনি আৰু জনজাতীয় সম্প্ৰদায়ৰ সুৰক্ষাৰ দৰে বিষয়ৰ সৈতে জড়িত।”

amit1 | ASSAM TIMES POST
অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

উল্লেখ্য যে বিগত কেইবছৰমানৰ পৰা অমিত শ্বাহে ধাৰাবাহিকভাৱে অভিযোগ কৰি আহিছে যে দেশৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত (বিশেষকৈ বাংলাদেশৰ সীমান্তৱৰ্তী পূব ভাৰতৰ ৰাজ্যসমূহত) অনুপ্ৰৱেশৰ বাবে দেশৰ জনগাঁথনি সলনি হৈছে। ইয়াৰ আঁৰত ‘নিৰ্দিষ্ট পৰিকল্পনা’ই কাম কৰি আছে বুলি তেওঁ দাবী কৰে। যোৱা বছৰ স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণতো অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ কথা উল্লেখ কৰিছিল। নতুন সমিতি গঠনৰ কাৰণ ব্যাখ্যা কৰাৰ সময়তে জনগাঁথনিৰ অভিযোগ পোনপটীয়াকৈ মানি লোৱা হৈছে।

ছ’চিয়েল মিডিয়াত দিয়া পোষ্টটোত অমিত শ্বাহে লিখিছে, “এই কমিটীয়ে অবৈধ অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰকৰ বাবে সমগ্ৰ ভাৰতত ঘটি থকা জনগাঁথনিগত পৰিৱৰ্তনৰ বিশদ মূল্যায়ন কৰিব আৰু ধৰ্মীয় আৰু সামাজিক সম্প্ৰদায়ৰ অস্বাভাৱিক জনগাঁথনিগত পৰিৱৰ্তনৰ প্ৰকৃতি বিশ্লেষণ কৰিব। ইয়াৰ উপৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই সমস্যা সমাধানৰ বাবে এক সুপৰিকল্পিত মতামত দাঙি ধৰিব।”

Tags: amitshah
Share4Tweet3Send

Related Posts

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

by News Desk
June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

by News Desk
June 10, 2026
50
Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ
National-International

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

by News Desk
June 10, 2026
50
Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ
National-International

Cooling Poverty : ভাৰতৰ ৯৫ শতাংশ লোক ‘কুলিং প’ভাৰ্টি’ৰ বলি হৈছে, অধ্যয়নত প্ৰকাশ

by News Desk
June 10, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

Modi Govt 12 Years । ১২ বছৰীয়া হ’ল মোদী চৰকাৰ; গতিৰ পৰা প্ৰগতিলৈ এক খতিয়ান

by Staff Reporter
June 10, 2026
50
Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা
National-International

Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

by Staff Reporter
June 10, 2026
50
ADVERTISEMENT
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
50
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা
National-International

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026
50
ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ
National-International

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx