ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

নিউজ ডেস্কঃ

News Desk by News Desk
June 27, 2026
Reading Time: 1 min read
A A
0
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

ভাৰতীয় কোটিপতি গৌতম আদানীৰ (Gautam Adani) বিৰুদ্ধে উত্থাপিত জালিয়াতি আৰু উৎকোচৰ অভিযোগ (Bribery accusation) উঠাই লোৱাৰ সিদ্ধান্ত লৈছে আমেৰিকাৰ ন্যায় বিভাগে। ব্লুমবাৰ্গৰ শেহতীয়া চাঞ্চল্যকৰ প্ৰতিবেদনৰ উদ্ধৃতি দি ফ’ৰ্বছে প্ৰকাশ (The Forbes Publication) কৰিছে যে আমেৰিকাই আদানীৰ বিৰুদ্ধে থকা ফেডাৰেল জালিয়াতিৰ অভিযোগ আনুষ্ঠানিকভাৱে বাদ দিয়াৰ ঠিক আগতে আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানীয়ে ভাৰতৰ আহমেদাবাদত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পুত্ৰ ড’নাল্ড ট্ৰাম্প জুনিয়ৰ (Son Donald Trump Jr.)ৰ সৈতে এক অতি গোপনীয় আৰু ব্যক্তিগত বৈঠকত মিলিত (Met in a confidential and private meeting) হয়। এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ লগে লগে আমেৰিকাৰ ৰাজনৈতিক আৰু আইনী মহলত প্ৰভাৱ পেলোৱা আৰু পক্ষপাতিত্বৰ গুৰুতৰ অভিযোগ উত্থাপন হ’বলৈ ধৰে।

উল্লেখ্য যে ২০২৪ চনৰ নৱেম্বৰ মাহত নিউয়ৰ্কৰ ব্ৰুকলিনৰ এখন ফেডাৰেল আদালতে আদানী গ্ৰীণ এনাৰ্জী লিমিটেডৰ শীৰ্ষ কাৰ্যবাহীসকলৰ বিৰুদ্ধে এক বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল। আমেৰিকাৰ ন্যায় বিভাগে অভিযোগ কৰে যে গৌতম আদানী আৰু তেওঁৰ সহযোগীসকলে ভাৰত চৰকাৰৰ বিষয়াসকলক প্ৰায় ২৫ কোটি ডলাৰৰ উৎকোচ দিয়াৰ পৰিকল্পনা কৰিছিল আৰু ভাৰতত এটা বৃহৎ সৌৰশক্তি প্ৰকল্পৰ চুক্তি লাভৰ বাবে আমেৰিকাৰ বিনিয়োগকাৰীক সম্পূৰ্ণ ভুৱা তথ্য প্ৰদান কৰিছিল।

ada | ASSAM TIMES POST
ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা

এই সন্দৰ্ভত আমেৰিকাৰ উৎকোচ বিৰোধী আইন বা বিদেশী দুৰ্নীতিগ্ৰস্ত প্ৰথা আইনৰ (এফচিপিএ) অধীনত আদানীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল। কিন্তু ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত আৰু আদানীৰ সৈতে ট্ৰাম্প জুনিয়ৰৰ বৈঠকৰ মাত্ৰ সাত মাহৰ পিছতে ২০২৫ চনৰ মে’ মাহত আমেৰিকাৰ ন্যায় বিভাগে আদানীৰ বিৰুদ্ধে থকা সকলো অভিযোগ হঠাতে উঠাই লয়। এক চমু আবেদনত অভিযুক্তসকলে কয় যে তেওঁলোকে গোচৰটো পুনৰীক্ষণ কৰিছে আৰু তেওঁলোকৰ বিবেচনা অনুসৰি এই অপৰাধমূলক গোচৰটোৰ বাবে কোনো অতিৰিক্ত ৰাজ্যিক সম্পদ ব্যয় নকৰাৰ সিদ্ধান্ত লৈছে।

আমেৰিকাৰ ন্যায় বিভাগৰ এই হঠাৎ আৰু নাটকীয় সিদ্ধান্তই আদানীৰ মালিকানাধীন কোম্পানীসমূহৰ শ্বেয়াৰ বজাৰত অভূতপূৰ্ব উত্থানৰ সূচনা কৰি সাময়িকভাৱে তেওঁক এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিজনৰ সিংহাসনলৈ উভতাই আনিছে। ফলত ট্ৰাম্প জুনিয়ৰৰ সৈতে পূৰ্বৰ এই বৈঠকৰ সৈতে আদানীৰ ভাগ্যৰ পৰিৱৰ্তনৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক আছে নেকি সেই সন্দৰ্ভত ইতিমধ্যে তীব্ৰ চৰ্চা হৈছে। যদিও ট্ৰাম্প জুনিয়ৰৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত দাবী কৰিছে যে ন্যায় বিভাগে গোচৰটো প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তৰ এই ব্যক্তিগত বৈঠকৰ সৈতে ‘কোনো সম্পৰ্ক নাই’ আৰু সমগ্ৰ বিষয়টোক সম্পূৰ্ণ কাকতলীয়া বুলি উলাই কৰিছে। তথাপিও আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে এই গোপন বৈঠকৰ খবৰ ফাদিল হোৱাৰ পিছত আমেৰিকাৰ ন্যায়িক ব্যৱস্থাৰ নিৰপেক্ষতা আৰু বৃহৎ কৰ্প’ৰেটৰ সৈতে ৰাজনৈতিক প্ৰভাৱশালী লোকৰ গোপন বুজাবুজিৰ বিষয়টোৱে পুনৰ বিশ্বৰ মঞ্চত এক নতুন বিতৰ্কৰ সূচনা কৰিছে।

Tags: GautamAdani
Share4Tweet3Send

Related Posts

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

by News Desk
June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

by News Desk
June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

by Staff Reporter
June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

by Staff Reporter
June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

by Staff Reporter
June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

by News Desk
June 26, 2026
50
ADVERTISEMENT
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx