ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ

নিউজ ডেস্কঃ

News Desk by News Desk
September 19, 2026
Reading Time: 1 min read
A A
0
শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ

RELATED POSTS

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

New Logo Smal 1 | ASSAM TIMES POST

শ্ৰীভূমি জিলাৰ মাইজগ্ৰাম এলেকাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ ঘৰৰ শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ।

জানিব পৰা মতে, ঘটনাৰ সময়ত সুশান্ত ৰয় কৰ ঘৰত অকলশৰে আছিল। দুৰ্বৃত্তই গামোচাৰে তেওঁৰ মুখ বান্ধি, শাৰ্টেৰে হাত আৰু মোবাইল চাৰ্জাৰৰ তাঁৰেৰে ভৰি বান্ধি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ঘৰৰ আচবাব-পত্ৰও লণ্ডভণ্ড অৱস্থাত উদ্ধাৰ হৈছে।

assam1 | ASSAM TIMES POST
শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ

ঘটনাস্থলীৰ সন্মুখৰ দুৱাৰ-খিৰিকী বন্ধ হৈ আছিল যদিও পিছফালৰ দুৱাৰখন খোলা আছিল বুলি স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে সংঘটিত এই নৃশংস ঘটনাই সমগ্ৰ মাইজগ্ৰাম এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অসমৰ্থিত সূত্ৰৰ মতে, বিশেষ কামৰ বাবে সুশান্ত ৰয় কৰে ঘৰত প্ৰায় সাত লাখ টকা ৰাখিছিল। সেই ধনৰ বাবেই তেওঁক হত্যা কৰি লুটপাত চলোৱা হৈছিল নেকি, তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। অৱশ্যে ধনৰ পৰিমাণ আৰু লুটপাতৰ বিষয়টো আৰক্ষীয়ে এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

ইতিমধ্যে আৰক্ষী আৰু ফৰেনছিক দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এয়া পৰিকল্পিত ডকাইতি আৰু হত্যাকাণ্ড নে ঘটনাৰ আঁৰত আন কোনো কাৰণ আছে, সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
54
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
53
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
59
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
52
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
52
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
51
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d