ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
October 13, 2026
Reading Time: 1 min read
A A
0
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

RELATED POSTS

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

New Logo Smal 2 | ASSAM TIMES POST

পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ অভিভাৱক মন্ত্ৰী (Guardian Minister) পীয়ুষ হাজৰিকাৰ (Pijush Hazarika) হামৰেণ ভ্রমণ৷ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা কালি নিশা হাফলঙৰ পৰা আহি ডংকামোকামত উপস্থিত হয়৷ ডংকামোকামত তেওঁ আজি পুৱাৰে পৰা

কৃষি-জলসিঞ্চনৰ বহু আাঁচনিৰ ক্ষেত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পিছত হামৰেণলৈ ৰাওনা হয়৷ লগতে তেওঁ লোকনিৰ্মাণ বিভাগ, জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হৈ জিলাখনত কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ লগতে কৃষি খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়।

ka 1 | ASSAM TIMES POST
কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

লগতে কৃষকসকলক স্বাৱলম্বী কৰি তুলিবলৈ আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা ব্যৱস্থা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰে।

আনহাতে, হামৰেণত প্ৰায় ২০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া দ্বিতীয়টো আৱৰ্ত ভৱনৰ আধাৰ শিলান্যাস কৰে৷
নিজৰ ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জিলাখনৰ কৃষি খণ্ডৰ বিকাশ, কৃষকৰ স্বাৱলম্বিতা আৰু আন্তঃগাঁথনি উন্নয়ন আদি বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MinisterPijushHazarika
Share4Tweet3Send

Related Posts

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

by News Desk
October 13, 2026
50
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
ADVERTISEMENT
Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 
National-International

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
50
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
50
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026
50
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d