ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

News Desk by News Desk
November 25, 2026
Reading Time: 1 min read
A A
0
Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

RELATED POSTS

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

New Logo Smal | ASSAM TIMES POST

ৰাজ্যৰ উদ্যোগ খণ্ডত আন এক সংযোজন। এতিয়াৰে পৰা অসমতো উৎপাদন হ’ব প্ৰতিৰক্ষা সামগ্ৰী। এই প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্প প্ৰতিষ্ঠা হ’ব ৰঙিয়াত। প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পটোৰ বুধবাৰে আনুষ্ঠানিকভাৱে ভূমিপূজন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। স্পীড৪ ডিফেন্স ছিষ্টেম প্ৰাইভেট লিমিটেডৰ অধীনত এই প্ৰকল্পটো স্থাপন হ’ব। ইয়াৰ লগে লগে দেশৰ প্ৰতিৰক্ষা খণ্ডত উত্তৰ-পূৰ্বাঞ্চলে এক সুকীয়া পৰিচয় লাভ কৰিব।

প্ৰকল্পটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আজি অসমৰ বাবে অত্যন্ত গৌৰৱৰ কথা যে প্ৰতিৰক্ষা আত্মনিৰ্ভৰতাৰ মানচিত্ৰত ৰাজ্যখনৰ নাম লিপিবদ্ধ হ’বলৈ গৈ আছে। কেইটামান মাহ পূৰ্বে আমি ‘অসম এৰোস্পেচ আৰু ডিফেন্স মেনুফেকচাৰিং নীতি’ত অনুমোদন জনাইছিলোঁ আৰু আজি আমি ৰঙিয়াত Speed4 Defence Systems Pvt. Ltd.-ৰ প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন কৰিলোঁ। উত্তৰ-পূব ভাৰতৰ বাবে দেশৰ প্ৰতিৰক্ষা খণ্ডত ই এক এক নতুন পৰিচয় হ’বলৈ গৈছে।”

Himanta Biswa Sarma I
ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ:

তেওঁ লগতে কয়, “চাৰিখন দেশৰ সীমাৰ সমীপত থকা, ভৌগোলিক অৱস্থানৰ পৰা আমাৰ দেশৰ প্ৰতিৰক্ষা দিশত অসম বিশেষ তথা সংবেদনশীল। সেই দিশৰ পৰা চাবলৈ গ’লে অসমত এনে এক ব্যৱস্থাৰ বিশেষ প্ৰয়োজনীয়তা আছিল। এই প্ৰকল্পটোৱে এই অভাৱ পূৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।”
উল্লেখ্য যে প্ৰতিৰক্ষা দিশৰ লগতে অসমৰ উদ্যমিতাৰ ক্ষেত্ৰতো এই প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰথম পৰ্যায়তে পাঁচ শতাধিক কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব, পাছলৈ এই সংখ্যা বৃদ্ধি পাব আৰু লগতে প্ৰকল্পটোৱে স্থানীয় যোগান শৃংখলৰ জৰিয়তে বহু পৰোক্ষ সংস্থাপন সৃষ্টি কৰিব। যুৱপ্ৰজন্মৰ বাবে নতুন কৰ্মসংস্থাপনৰ লগতে আইআইটি গুৱাহাটীৰ সৈতে সহযোগিতা, গৱেষণা আৰু প্ৰযুক্তিগত দক্ষতা বিকাশো অন্তৰ্ভুক্ত হৈ থাকিব।
মুখ্যমন্ত্ৰীয়ে লগতে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প- আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণাই আজি দেশৰ সকলো খণ্ডকে স্পৰ্শ কৰিছে। তেজাছ, ব্রহ্মছ আজি দেশৰ বাবে গৌৰৱ আৰু আমাৰ শক্তিৰ পৰিচয়।”

তেওঁ লগতে কয়, “এইখিনিতে উল্লেখ কৰিব লাগিব যে অসম চৰকাৰেও পৰম্পৰাগত উদ্যোগৰ লগতে এই খণ্ডটোত উদ্যমী চিন্তা বৃদ্ধি কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। দেশত Innovations for Defence Excellence-ৰ দৰে পদক্ষেপে এই খণ্ডটোক আগুৱাই নিবলৈ প্ৰচেষ্টা চলাইছে। মাত্ৰ আমাৰ যুৱ-শক্তিয়ে প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডটোৰ অধ্যয়ন আৰু অন্বেষণ কৰাৰ প্ৰয়োজনীয়তা আছে। আমি ডিফেন্স পাৰ্কৰ সপোন দেখিছোঁ, আমি অসমত মিছাইল নিৰ্মাণৰ সপোন দেখিছোঁ- আমি আত্মনিৰ্ভৰ ভাৰতৰ সপোনটোৰ সহযাত্ৰী হ’বলৈ বিচাৰিছোঁ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী
Share4Tweet3Send

Related Posts

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত
Assam

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

by Staff Reporter
November 25, 2026
50
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত
Assam

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

by News Desk
November 25, 2026
50
বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ
Assam

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

by Staff Reporter
November 22, 2026
50
511 Bags of Urea Seized in Assam’s Cachar; Two Arrested
Assam

511 Bags of Urea Seized in Assam’s Cachar; Two Arrested

by Staff Reporter
November 21, 2026
51
AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক
Assam

AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক

by Staff Reporter
November 19, 2026
50
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HS and HSLC exam I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

by Staff Reporter
November 19, 2026
51
ADVERTISEMENT
Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত
Assam

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

November 25, 2026
50
Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ
Guwahati

Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ

November 25, 2026
53
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত
Assam

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026
50
Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ
Assam

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

November 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

November 25, 2026
Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ

Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ

November 25, 2026
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d