ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

News Desk by News Desk
November 25, 2026
Reading Time: 1 min read
A A
0
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

RELATED POSTS

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

New Logo Smal 1 | ASSAM TIMES POST

হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুজন অভিযুক্ত জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলোৱাত আৰক্ষীৰ গুলীচালনাত আহত হয়। বুধবাৰে পুৱা ডিব্ৰুগড়ত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, তদন্তকাৰীয়ে দুই অভিযুক্তক আৰক্ষীৰ বাহনত লৈ গৈ আছিল।

সেই সময়ত অভিযুক্ত দুজনে হঠাতে জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাত আৰক্ষীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হয়। এই ঘটনাত অভিযুক্ত ৰাজু দাস আৰু অমিৰ দাস আহত হয়। ১৬ জুনত দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যাৰ মূল অভিযুক্ত হৈছে এই দুজন।

 আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত
আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

ঘটনাৰ তদন্তৰ সময়তে ৰাজু আৰু অমিৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। শিৱসাগৰ জিলাৰ শিমলুগুৰি ষ্টেচনৰ পৰা দুয়োকে আটক কৰা হয়। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে তেওঁলোকে গুৱাহাটী হৈ বেংগালুৰুলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে লোককেইজনৰ সৈতে ঘটনাটো পুনৰ নিৰ্মাণ কৰে। তিনিজন লোকক হত্যা কৰাৰ পিছত চুৰি সামগ্ৰী ক’ত লুকুৱাই ৰখা হৈছিল সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা হয়। সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ সৈতে বিভিন্ন স্থানত অভিযান চলাইছিল। বুধবাৰে পুৱা ডিব্ৰুগড়লৈ লৈ যোৱা হয় আটকাধীন লোককেইজনক।

অসম আৰক্ষীৰ দাবী, বালিজান চাহ বাগিচাৰ সমীপত আৰক্ষীৰ সৈতে অভিযুক্তৰ সংঘৰ্ষ হয়। আৰক্ষীৰ ভেনৰ পৰা পলাবলৈ চেষ্টা কৰে। সেই সময়ত আৰক্ষীয়ে তেওঁলোকক ৰখাবলৈ গুলীচালনা কৰাত দুয়োজন আহত হয়। গুলীৰ আঘাতৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ঘটনাত দুজন আৰক্ষীও আহত হয়। তেওঁলোক হৈছেল মনোজ লাহন আৰু নিতুল শইকীয়া। তেওঁলোক এএমচিএইচত চিকিৎসাধীন হৈ আছে। অৱশ্যে অভিযুক্ত বা আহত আৰক্ষীৰ শাৰীৰিক অৱস্থা সম্পৰ্কে বিতং তথ্য এতিয়াও পোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আৰক্ষীৰ গুলীচালনাত আহতদুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত
Share4Tweet3Send

Related Posts

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত
Assam

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

by Staff Reporter
November 25, 2026
50
Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ
Assam

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

by News Desk
November 25, 2026
50
বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ
Assam

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

by Staff Reporter
November 22, 2026
50
511 Bags of Urea Seized in Assam’s Cachar; Two Arrested
Assam

511 Bags of Urea Seized in Assam’s Cachar; Two Arrested

by Staff Reporter
November 21, 2026
51
AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক
Assam

AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক

by Staff Reporter
November 19, 2026
50
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HS and HSLC exam I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

by Staff Reporter
November 19, 2026
51
ADVERTISEMENT
Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত
Assam

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

November 25, 2026
50
Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ
Guwahati

Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ

November 25, 2026
53
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত
Assam

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026
50
Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ
Assam

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

November 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

November 25, 2026
Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ

Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ

November 25, 2026
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d