ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত বোকাখাতৰ মৌপালক, যুৱ কৃষক পাপুমনি হাজৰিকা

ASSAM TIMES POST by ASSAM TIMES POST
August 25, 2019
Reading Time: 1 min read
A A
0
চৰকাৰী সাহায্যৰ পৰা বঞ্চিত বোকাখাতৰ মৌপালক, যুৱ কৃষক পাপুমনি হাজৰিকা

RELATED POSTS

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

logo atp | ASSAM TIMES POSTASSAM TIMES POST

বোকাখাতঃ চৰকাৰী অবহেলাৰ চূড়ান্ত উদাহৰণ বোকাখাতৰ বানাক্ৰান্ত চিনাকান গাঁৱৰ এটি সম্ভাৱনাপূৰ্ণ প্ৰতিভা পাপুমনি হাজৰিকা নামৰ যুৱ কৃষক। পঢ়াশুনাৰ লগতে জীৱনৰ ৩২ টা বছৰ মৌপালনতো উচৰ্গা কৰিছে পাপুমনি হাজৰিকাই৷ পিতৃ বুবুল হাজৰিকা আৰু পত্নীৰ সহযোগত ২০ বাহ মৌপালন আৰু কৃষিকৰ্মৰে বছৰি প্ৰায় ২ লাখ টকা উপাৰ্জন কৰি আত্মসংস্থাপনৰ নিদৰ্শন ডাঙি ধৰিছে পাপুমনিয়ে।

নেমু, তামোল পাণ আৰু কলৰ বাগিছাও কৰিছে যুৱ কৃষকজনে আৰু প্ৰতিজোপা গছত থকা বাহৰ স্পৰ্শকাতৰ মৌৰ বাবে কোনোদিনে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰি গৈছে পাপুমনিয়ে। ঘৰত বিদ্যুৎ সংযোগৰ সুবিধা অবিহনেই সীমাবদ্ধতাৰ মাজত এই ব্যৱসায় চলাই যোৱা পাপুমনিয়ে প্ৰতি বছৰে বাৰিষা বানপানীৰ পৰা বাচিবলৈকে এই ২০ টা মৌবাহ অতি কষ্টেৰে হাইলেণ্ডত ওখ চাং সাজি স্থানান্তৰিত কৰিব লগীয়া হয়।

কোনো ধৰণৰ চৰকাৰী সাহায্য পাপুমনিয়ে লাভ কৰা নাই এই পৰ্যন্ত৷ বৰঞ্চ চৰকাৰ আৰু আন আন সংগঠনসমূহ যেনে খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰী কমিচন, অসম টী কিপিং এচচিয়েছন, ইউনাইটেড ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউচন, অখিল ভাৰতীয় বিকাশ সন্থা, কে চি উদ্যোগ, ১২৯ বি এন চি আৰ পি এফৰ কমাণ্ডাৰৰলৈকে বহু সময়ত তেওঁক ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

HONEY ASSAM | ASSAM TIMES POST

মৌপালন উদ্যোগটোৱে নিৰাপদে সম্প্ৰসাৰণৰ সুবিধা লাভ কৰাৰ বাবে কোনো চৰকাৰী বা বেচৰকাৰী সুবিধা পাপুমনিয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে পাপুমনি হাজৰিকা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ বাসিন্দা হোৱা স্বত্তেও কেইবাবাৰো মন্ত্ৰীগৰাকীক লগ কৰিবলৈ গৈ বিফল হৈছে। সম্ভৱতঃ মন্ত্ৰীগৰাকী এতিয়াও জ্ঞাত নহয় এই প্ৰতিভাধৰ যুৱ কৃষকজনৰ বিষয়ে।

মানৱ সন্তানতকৈ মৌ কেইবাহক অধিক প্ৰতিপাল কৰিব লগীয়া হোৱাৰ বাবে সময়ৰ নাটনিৰ ফলত আবেদন পত্ৰ লৈ মন্ত্ৰী-বিধায়ক অথবা কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিবলৈ অক্ষম পাপুমনি। বহুবাৰ বহু অনুষ্ঠানত সম্বৰ্দ্ধিত হৈছে পাপুমনি। যোৱা ১৫ আগষ্টতো বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনতো সম্বৰ্দ্ধিত হৈছে পাপুমনি হাজৰিকা। কিন্তু সম্বৰ্দ্ধনা কেৱল অনুপ্ৰেৰণা আৰু উৎসাহৰ সমল, সম্বৰ্দ্ধনাৰে জীৱন নচলে।

শিক্ষিত নিবনুৱা পাপুমনিক এতিয়া প্ৰয়োজন এক নিৰাপদ চৌহদৰ। কিয়নো চৌহদৰ স্থায়ী আৰু সুৰক্ষিত বেৰ নোহোৱাৰ বাবে নিজৰ ব্যৱসায়ক লৈ নিৰাপত্তাহীনতা আৰু শংকাত ভুগিছে যুৱ কৃষকজনে। পাপুমনি সমাজৰ সংগ্ৰামী কৃষকৰ এক ক্ষুদ্ৰ উদাহৰণহে৷

এনে পৰিস্থিতিত ৰাইজে বিচাৰিছে যে চাকৰিমুখী নহৈ কৃষিকৰ্মৰে আত্মনিৰ্ভৰশীল হ’বলৈ ৰেডিমেড শ্ল’গানেৰে আকাশ বতাহ কঁপাই থকা চৰকাৰী প্ৰশাসনে নিদ্ৰা ত্যাগ কৰি আগবঢ়াই নিয়ক এনে বহু প্ৰতিভাসম্পন্ন যুৱ শক্তিক তথা প্ৰতিশ্ৰুতিসম্পন্ন কৃষকক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share7Tweet5Send

Related Posts

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
50
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
54
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
53
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
59
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
52
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d