ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

“ভোগৰ ভোগজৰা লৈ আহিছে ভোগালী, উৰুকাৰ উৰুলিত মতলীয়া অসমীয়া জাতি”

ASSAM TIMES POST by ASSAM TIMES POST
January 13, 2022
Reading Time: 1 min read
A A
0
“ভোগৰ ভোগজৰা লৈ আহিছে ভোগালী, উৰুকাৰ উৰুলিত মতলীয়া অসমীয়া জাতি”

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

download 2022 01 13T131155.206 e1642059873541 | ASSAM TIMES POSTসম্পাদকীয়

আজি মাঘ বিহুৰ উৰুকা। ভোগ আৰু প্ৰাচুৰ্যৰ বাবে এই বিহু ভোগালী বিহু। চহা মনৰ ফচল প্ৰাপ্তিৰ আনন্দই হৈছে ভোগৰ উৎসৱ ভোগালী। য’ত নিৰন্নজনৰো পাতত থাকে ভোগৰ সম্ভাৰ। পোৱা-নোপোৱাৰ আশাত বন্দী হৈ কৰা খেতিৰ ফচল চপোৱাৰ আনন্দ আৰু উপভোগৰ উৎসৱেই হৈছে ভোগালী বিহু। ধনী-দুখীয়া সকলোৱে মিলি এসাঁজ উদৰ পূৰাই খোৱাৰ আনন্দই হৈছে ভোগালী বিহু।

কেৱল যে ভোগৰ বাবেই ভোগালী, তেনে নহয়। মাঘ বিহুৰ আছে এক অন্তৰ্নিহিত তাৎপৰ্যও। ভেলাঘৰত লগভাত খোৱাৰ পৰা মেজিৰ জুইৰ উম লোৱালৈকে, প্ৰতিটোতে আছে পৰম্পৰা, আচাৰ-ব্যৱহাৰ, সামাজিক বাৰ্তা।

বিবিধ জলপান, পিঠা-পনা, লাড়ু-চিৰা আদিয়ে সোঁৱৰাই দিয়ে আমাৰ খাদ্যাভ্যাসৰ মেটমৰা সম্ভাৰৰ কথা। নিশা লগভাত খাই পুৱা মেজি জ্বলাই কৰা হয় অসূয়া-অমংগল নাশৰ কামনা। মেজিৰ জুইত যেন ছাই হৈ যায় আমাৰ মনৰ কলুষতা। জ্যেষ্ঠজনক সেৱা কৰা আৰু কনিষ্ঠজনক উপহাৰ প্ৰদানেৰে উপচি পৰে আমাৰ মৰম আৰু ভালপোৱাৰ চানেকি।

পৰিৱৰ্তিত সময়ৰ ধামখুমীয়াত আমাৰ উৎসৱ-পার্বণবোৰলৈও বহু পৰিবৰ্তন আহিল। তাৰ পৰা বাদ পৰা নাই বিহুও। কিন্তু তথাপি অসমীয়া ৰাইজে ভোগালীক আদৰিব বিচাৰে পৰম্পৰাৰ মাজতে। নতুনৰ মাজতো পুৰণিৰ অন্বেষণ, পৰিবৰ্তনৰ মাজতো স্বকীয়তাৰ সন্ধান। সেয়ে হয়তো আজিৰ এই যান্ত্ৰিক জগতত চহৰ-নগৰতো ভোগালীৰ ভোগজৰা।

“সদৌটিলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।”

Tags: Featured2
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

ADVERTISEMENT
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
50
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

August 10, 2026
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT