ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

শ্রীলঙ্কাত ব্যাপক হিংসা:দেখামাত্ৰেই গুলী’ৰ নির্দেশ জাৰি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 11, 2022
Reading Time: 1 min read
A A
0
শ্রীলঙ্কাত ব্যাপক হিংসা:দেখামাত্ৰেই গুলী’ৰ নির্দেশ জাৰি

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

RELATED POSTS

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

শ্রীলঙ্কাত চলি থকা বিক্ষোভ আৰু হিংসা ৰুধিবলৈ ‘দেখামাত্ৰেই গুলী’ৰ নির্দেশ দিয়া হৈছে। মঙ্গলবাৰে দেশখনৰ প্রতিৰক্ষা মন্ত্রণালয়ে সেনা আৰু আৰক্ষীক এই নির্দেশ দিছে।

আজি মন্ত্রণালয়ৰ এক বিবৃতিত কোৱা হয়, ‘যিসকলেই চৰকাৰী সম্পত্তি লুট বা অন্যৰ জীৱন নাশৰ চেষ্টা কৰিব তেওঁলোকক দেখামাত্ৰেই গুলী কৰাৰ নির্দেশ দিয়া হ’ল।’ এই খবৰ আলজাজিৰাৰ।

শ্রীলঙ্কাত ব্যাপক হিংসাকেইবা সপ্তাহ ধৰি চলি থকা বিক্ষোভ-প্রতিবাদৰ পৰিপ্রেক্ষিতত সোমবাৰে পদত্যাগৰ ঘোষণা কৰে দেশখনৰ প্রধানমন্ত্রী মাহিন্দা ৰাজাপক্ষেই। ইয়াৰ পিছত ভাৰত মহাসাগৰীয় দ্বীপদেশখনত নজিৰবিহীন সংঘর্ষ আৰু হিংসা আৰম্ভ হয়। ক্ষুব্ধ জনতাই প্রধানমন্ত্রী মাহিন্দা আৰু চৰকাৰ তথা দলীয় বহু কেইজন সংসদ সদস্যৰ ঘৰত অগ্নি সংযোগ কৰে। কেৱল সেয়াই নহয়, চৰকাৰী দলীয় যাকেই দেখিছে তাকে প্ৰহাৰ কৰিছে জনতাই।

দেখামাত্ৰেই গুলী'ৰ নির্দেশপৰিস্থিতি মোকাবিলাৰ বাবে কাৰফিউ জাৰি কৰা হয়। তাৰ লগতে মোতায়েন কৰা হয় অতিৰিক্ত আৰক্ষী আৰু সেনা। কেৱল সেয়াই নহয়, ইয়াৰ পিছত এক নির্দেশনাত সেনা আৰু আৰক্ষীক যিকোনো লোককে বিনা ৱাৰেন্টে আটক কৰাৰ ক্ষমতা দিয়া হয়। সর্বশেষত দেখামাত্ৰেই গুলী কৰাৰ নির্দেশ দিয়ে।

শ্রীলঙ্কাইতিহাসৰ সৰ্ববৃহৎ অর্থনৈতিক সংকটত শ্রীলঙ্কা। ইন্ধন, খাদ্য আৰু জীৱনদায়িনী ঔষধৰ তীব্ৰ নাটনি। যাৰ ফলত দেশখনৰ শান্তিপ্রিয় হাজাৰ হাজাৰ লোক ৰাস্তাত নামিবলৈ বাধ্য হয়। সুস্থভাবে দেশ পৰিচালনাত ব্যর্থ চৰকাৰৰ পদত্যাগৰ দাবীত আৰম্ভ হয় বিক্ষোভ।

Tags: বিক্ষোভশ্রীলঙ্কা
Share4Tweet3Send

Related Posts

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

by News Desk
August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
ADVERTISEMENT
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
50
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT