ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কিনি গাঁৱৰ একেটা পৰিয়ালৰ শোকাৱহ মৃত্যুঃ নতুন গাড়ীত মন্দিৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনা-

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 3, 2022
Reading Time: 1 min read
A A
0
কিনি গাঁৱৰ একেটা পৰিয়ালৰ শোকাৱহ মৃত্যুঃ নতুন গাড়ীত মন্দিৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনা-

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

পুনে-বাংগালৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কলহাপুৰ জিলাৰ কিনি গাঁৱত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। নতুন গাড়ী কিনি মন্দিৰত পূজা আগবঢ়াবলৈ যোৱা ত্ৰিলেশ কুমাৰ চিয়ে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ গ’ল পিতৃ আৰু পুত্ৰ-কন্যাৰ।

কিনি গাঁৱৰ পৰিয়ালৰ শোকাৱহ মৃত্যুঃ

মাত্ৰ ডেৰ মাহ পূৰ্বে লোৱা এইছউভি বাহন এখন লৈছিল পৰিয়ালটোৱে। শনিবাৰে শিৰদি অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে ৰাষ্টাত ৰখাই থোৱা কণ্টেইনাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত ত্ৰিলেশ (৪২)ৰ লগতে কন্যা সঞ্জনা মহেশ্বৰী (২৭) আৰু পুত্ৰ জিথ্যা ত্ৰিলেশ (১১)ৰ থিতাতে মৃত্যু ঘটে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ত্ৰিলেশৰ পত্নী অৰিণী এন।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এপিআই ভীমগোন্দা পাটিলৰ অধীনৰ বডগাঁও আৰক্ষী থানাৰ আৰক্ষী দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। কিনি টোল প্লাজাৰ স্থানীয় লোক আৰু কৰ্মচাৰীৰ সহায়ত আহত মহিলাগৰাকীক কলহাপুৰৰ চিপিআৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Tags: দুৰ্ঘটনা
Share4Tweet3Send

Related Posts

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

by News Desk
August 12, 2026
50
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

by News Desk
August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

by News Desk
August 12, 2026
50
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

ADVERTISEMENT
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT