ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফু-মাঞ্জা পথত ভয়াবহ পথ দুৰ্ঘটনা : তিনিজন গুৰুতৰভাৱে আহত

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
August 2, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal 1 | ASSAM TIMES POST
আজি বিয়লি প্ৰায় ১-৩০ মান বজাত ডিফু-মাঞ্জা পথৰ অসম ৰাইফলচৰ ১নং গেইটৰ সমীপত এক ভয়াবহ পথ দুৰ্ঘটনা সংধটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসিৰ AS-01 BV 5473 নম্বৰৰ বগা ৰঙৰ ক্ৰেটা গাড়ী আৰু AS 09 AC 9521 নম্বৰৰ যাত্ৰীবাহী অট’ কিক্সাৰ সৈতে হোৱা সংঘৰ্ষত যাত্ৰীবাহ অট’ৰিক্সাখনৰ চালকসহ তিনিজন লোক গুৰুতৰভাবে জখম হয় ৷

ডিফু-মাঞ্জা পথত ভয়াবহ পথ দুৰ্ঘটনা

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

আহত যাত্ৰীসকলক তৎক্ষণাত এম্বুলেন্স যোগে ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷ ঘটনাৰ খবৰ লাভ কৰি ডিফু থানাৰ আৰক্ষী ঘটনাস্থলীৰ পৰা দুৰ্ঘটনাৰ দুয়োখন বাহন উদ্ধাৰ কৰি ডিফু থানালৈ আনে ৷ গুৰুতৰভাৱে আহত লোক তিনিজন ক্ৰমে, অট’ৰিক্সাখনৰ চালক সঞ্জীৱ দাস (৩২), যাত্ৰী দুজন ক্ৰমে, মানাই তিমুঙপী (৩২) আৰু সুৰভি কলিতা (২৬) বুলি চিনাক্ত কৰা হৈছে ৷

ডিফু-মাঞ্জা পথত ভয়াবহ পথ দুৰ্ঘটনা

আনহাতে ক্ৰেটাখনত থকা ভাগ্যৰাজ ব্ৰক্ষ্ম (১৯) আৰু নং এহ বে’ (২০)ও বুকুত সামান্যভাবে জখম প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ৷ প্ৰত্যক্ষদৰ্শী সন্ধান নোপোৱাৰ বাবে বাতৰি লিখা পৰলৈকে পথদুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা   নাই ৷

Tags: Road Accidentপথ দুৰ্ঘটনাঃ
Share4Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

9-Year-Old’s Body Found in Suitcase in Delhi :

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx