ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

২০২১ চনত দেশত পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ এতিয়ালৈকে সৰ্বাধিক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 5, 2022
Reading Time: 1 min read
A A
0
২০২১ চনত দেশত পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ এতিয়ালৈকে সৰ্বাধিক

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

প্ৰতি ঘণ্টাত ১৮ টা, প্ৰতিদিনে গড়ে ৪২৬ জন। এক পৰিসংখ্যা মতে, ২০২১ চনত দেশত পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ এতিয়ালৈকে সৰ্বাধিক। এবছৰত ডেৰ লাখতকৈ অধিক লোকৰ মৃত্যু হয়।গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৱে ‘ভাৰতত দুৰ্ঘটনাগ্ৰস্ত মৃত্যু আৰু আত্মহত্যা, ২০২১’ শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছে।

দেশত পথ দুৰ্ঘটনাইয়াত উল্লেখ কৰা হৈছে যে যোৱা বছৰ সমগ্ৰ দেশতে ৪.০৩ লাখ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। আহত হৈছে ৩.৭১ লাখ লোক। মৃত্যুৰ সংখ্যা ১.৫৫ লাখৰো অধিক। ২০২১ চনত প্ৰতি হাজাৰ বাহনত দুৰ্ঘটনাগ্ৰস্ত মৃত্যুৰ হাৰ আছিল ০.৫৩। যিটো ২০২০ (০.৪৫) আৰু ২০১৯ (০.৫২)তকৈ অধিক। কিন্তু ২০১৮ (০.৫৬) আৰু ২০১৭ (০.৫৯)তকৈ কম।

প্ৰতিবেদন অনুসৰি, “পথ দুৰ্ঘটনাত সাধাৰণতে মৃত্যুতকৈ অধিক আঘাতপ্ৰাপ্ত হয়। কিন্তু মিজোৰাম, পঞ্জাব, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত আঘাতপ্ৰাপ্ত হোৱাতকৈ মৃত্যুৰ সংখ্যা বেছি।” দেখা গৈছে যে পঞ্জাবত ৬০৯৭টা পথ দুৰ্ঘটনাত ৪৫১৬ জন লোকৰ মৃত্যু, আহত হৈছে ৩০৩৪ জন। ঝাৰখণ্ডত ৪৭২৮টা দুৰ্ঘটনাত ৩৫১৩জনৰ মৃত্যু আৰু আহত ৩২২৭জন। উত্তৰ প্ৰদেশত ৩৩,৭১১টা দুৰ্ঘটনাত ২১,৭৯২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ১৯,৮১৩ জন লোক।
বিগত বৰ্ষৰ পৰিসংখ্যা অনুসৰি ৫৯.৭ শতাংশ দুৰ্ঘটনা অতিৰিক্ত গতিৰ বাবেই সংঘটিত হৈছে।

তাৰ ফলত মৃত্যু হৈছে ৮৭,০৫০ জনৰ। লগতে আহত হৈছে ২.২৮ লাখ লোক। ২৫.৭ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছিল অসাৱধানতাৰে গাড়ী চলোৱাৰ বাবে। ইয়াত ৪২,৮৫৩ জন লোকৰ মৃত্যু হয়। আহত হৈছে ৯১,৮৯৩ জন লোক। খবৰ পোৱা গৈছিল যে বেয়া বতৰৰ বাবেও মাত্ৰ ২.৮ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছে।

প্ৰতিবেদনত বিশেষভাৱে উল্লেখ কৰা হৈছে যে মটৰবাইকৰ দৰে ব্যক্তিগত পৰিবহণতকৈ বাছৰ দৰে ৰাজহুৱা পৰিবহণ সুৰক্ষিত। দেখা গৈছে যে দুৰ্ঘটনাত মৃত্যু হোৱা মুঠ লোকৰ ভিতৰত ৪৪.৫ শতাংশই দুচকীয়া বাহন চলাইছিল। ইয়াৰ উপৰি ১৫.১ শতাংশ গাড়ী, ৯.৪ শতাংশ ট্ৰাক আৰু ৩ শতাংশ বাছ। লগতে জনা যায় যে মুঠ দুৰ্ঘটনাৰ ৫৯.৭ শতাংশ (২.৪ লাখ ঘটনা) গ্ৰাম্য অঞ্চলত আৰু ৪০.৩ শতাংশ (১.৬২ লাখ ঘটনা) চহৰ অঞ্চলত।

Tags: দুৰ্ঘটনা
Share4Tweet3Send

Related Posts

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

by News Desk
August 12, 2026
50
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

by News Desk
August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

by News Desk
August 12, 2026
50
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

ADVERTISEMENT
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT