ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EXCLUSIVE

শান্তনুকুলনন্দন’ উপন্যাসৰ স্ৰষ্টা, প্ৰখ্যাত লেখিকা পূৰৱী বৰমূদৈৰ দেহাৱসান

ASSAM TIMES POST by ASSAM TIMES POST
July 15, 2019
Reading Time: 1 min read
A A
0
শান্তনুকুলনন্দন’ উপন্যাসৰ স্ৰষ্টা, প্ৰখ্যাত লেখিকা পূৰৱী বৰমূদৈৰ দেহাৱসান

RELATED POSTS

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

ASSAM TIMES POST: ’শান্তনুকুলনন্দন’ উপন্যাসৰ স্ৰষ্টা, প্ৰখ্যাত লেখিকা পূৰৱী বৰমূদৈৰ আজি দেহাৱসান ঘটে৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পুৱা ৬ বজাত লেখিকাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ এইগৰাকী বিশিষ্ট লেখিকাৰ মৃত্যুত অসমীয়া ভাষা-সাহিত্যত অপুৰণিয় ক্ষতি হ’ল৷ ১৯৫০ চনত তেজপুৰত জন্মগ্ৰহণ কৰা পূৰৱী বৰমূদৈৰ পিতৃৰ নাম আছিল চন্দ্ৰনাথ তামূলী আৰু মাতৃৰ নাম আছিল পদ্মা তামূলী৷ ১৯৭০ চনত দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত লেখিকাগৰাকীয়ে ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷ সৰুৰে পৰা সাহিত্যৰ প্ৰতি ৰাপ থকাৰ বাবেই লেখিকাগৰাকীয়ে চাকৰিৰ প্ৰতি মনোনিৱেশ কৰা নাছিল৷ একান্ত মনেৰে সাহিত্য চৰ্চাত ব্ৰতী হোৱা পূৰৱী বৰমূদৈয়ে অসমীয়া সাহিত্যলৈ বহু অৱদান আগবঢ়াই গৈছে৷ গজৰাজ, ৰূপোৱালি নৈৰ সোণোৱালী ঘাট, শান্তনুকুলনন্দন, ১লাখ ৮৫ হাজাৰ শব্দ, বাঘশাল, বাঘজাল আৰু মানুহ আদিৰ স্ৰষ্টা পূৰৱী বৰমুদৈ লেখক-সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° আনন্দ বৰমূদৈৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷ বিশিষ্ট লেখিকাগৰাকীয়ে বাসন্তী বৰদলৈ বঁটা, ছগনলাল জৈন বঁটা, অসম লেখিকা সমাৰোহ সমিতি বঁটা, প্ৰৱীণ শইকীয়া বঁটা, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা আদি প্ৰাপ্তিৰে সন্মানিত হৈছিল৷ বিশিষ্ট লেখিকাগৰাকীৰ মৃত্যুত অসম সাহিত্য সভাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী
EXCLUSIVE

কাৰোবাৰ উপাৰ্জন লাখ, কাৰোবাৰ কোটি! এইসকল ভাৰতৰ ধনী ভিক্ষাৰী

by News Desk
November 22, 2022
59
দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন
EXCLUSIVE

দশক দশক ধৰি তাপ প্ৰবাহে পৃথিৱীত বিধ্বংসী ৰূপ ধাৰণ কৰিব : প্ৰতিবেদন

by News Desk
October 11, 2022
66
আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক
ALL NEWS

আন্তজিলা যাতায়ত কেতিয়া হব মুকলি! মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা, পঢ়ক

by Staff Reporter
July 11, 2021
64
বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?
ALL NEWS

বৃদ্ধি পাইছে পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা ! কি কি কথাত গুৰুত্ব দিব লাগিব?

by News Desk
October 29, 2020
86
Karbi Anglong Police released video on Substance Abuse Awareness :
Video News

Karbi Anglong Police released video on Substance Abuse Awareness :

by ASSAM TIMES POST
July 10, 2020
326
গুৱাহাটীত নৰ্মদা বচোৱা আন্দোলনৰ নেতা মেধা পাটকাৰ, সণ্ডীপ পাণ্ডেঃ কাৰাগাৰত সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক
ALL NEWS

ডিলাইত চুৰি ফৰ্চুনাৰ গাড়ীসহ এটা চোৰ আটক:

by Staff Reporter
February 25, 2020
91
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d