ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেঙত এখন আৱতৰীয়া দূৰ্গা পূজাঃ ঢাক-ঢোলৰ শব্দত উখল-মাখল চৌদিশ

ASSAM TIMES POST by ASSAM TIMES POST
November 6, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ এখন আৱতৰীয়া দূৰ্গা পূজা। ভক্তৰ লানি নিচিগা ভিৰ। ঢাক-ঢোলৰ শব্দত উখল-মাখল চৌদিশ। হাতে হাতে ধূপ-ধূনা, শৰাই লৈ দূৰ্গা মাৰ চৰণত আৰ্শীবাদ লৈছে ভক্তয়ে। কিন্তু ক’ত আৰু কিয় এই আৱতৰীয়া দূৰ্গাপূজা,জানিবলৈ চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন

RELATED POSTS

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

দূৰ্গোৎসৱ পাৰ হোৱা আজি এমাহেই হ’ল। কিন্তু এই এমাহৰ পাছত পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেঙত এতিয়া দূৰ্গাপূজাক লৈ উখল-মাখল পৰিবেশ। দূৰ্গা মাৰ চৰণত আৰ্শীবাদ লবলৈ ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তয়ে। ধাক ঢোলৰ শব্দে চৌদিশ ভক্তি ৰসে বোৰাই পেলাইছে। অন্যান্য প্ৰান্তৰ লগতে টুম্প্ৰেং অঞ্চলটো বহু আগৰে পৰা সময় মতেই দূৰ্গা পূজা অনুষ্ঠিত কৰি আহিছিল।

কিন্তু আজিৰ পৰা তিনি বছৰ আগত যি ভাগ দূৰ্গাপূজা অনুষ্ঠিত কৰা হৈছিল তাৰ পাচৰে পৰা সমগ্ৰ অঞ্চলটোতে হেনো বিভিন্ন অপায় অমঙ্গল তথা মহা মাৰি ৰোগে দেখা দিছিল। সেই সময়তে কোনো লোকে হেনো সপোনত দেখিলে পূজা কৰাৰ কিবা খেলি-মেলিৰ হৈছিল ।কাৰণে অঞ্চলটোতে এনে অবস্থা হৈছে।

এই অপায়-অমঙ্গল সমূহ দূৰ কৰিবলৈ হ’ল দূৰ্গাপূজাৰ এমাহৰ পাচত এইদৰে আৱতৰীয়াকৈ তিনি বছৰ দূৰ্গা পূজা অনুষ্ঠিত কৰিব লাগে।তেতিয়াহে সকলো অপায়-অমংগলৰ দূৰ হব। এই লোকবিশ্বাসৰ ওপৰতেই ভিত্তি কৰি বিগত তিনিটা বছৰে সমগ্ৰ টুম্প্ৰেং অঞ্চলৰ ৰাইজে এইদৰে আৱতৰীয়াকৈ দূৰ্গাপূজা অনুষ্ঠিত কৰি আহিছে। যাতে অঞ্চলটোৰ পৰা সকলো অপায় অমঙ্গ দূৰ হয়। এইবাৰ ৩য় সংখ্যক তথা অন্তিম পূজা। বিগত বছৰ কেইটাৰ তুলনাত এইবাৰ ভক্তসকলক ভিৰ যথেষ্ট বেছি দেখিবলৈ পোৱা গৈছে।

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT