ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বয়স কোনো বাধা নহয়! গুজৰাটৰ নিৰ্বাচনত ৭৬ বছৰীয়া বিজেপি প্ৰাৰ্থী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 26, 2022
Reading Time: 1 min read
A A
0
বয়স কোনো বাধা নহয়! গুজৰাটৰ নিৰ্বাচনত ৭৬ বছৰীয়া বিজেপি প্ৰাৰ্থী

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

৭৬ বছৰ বয়সতো গুজৰাটৰ বিজেপিৰ প্ৰাৰ্থী যোগেশ পেটেলে নিৰ্বাচনী দৌৰত যোগদান কৰে। বয়সৰ বিষয়ে সোধাত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক উদাহৰণ হিচাপে দাঙি ধৰে। যোগেশৰ মতে নিৰ্বাচনী যুঁজত বয়স বাধা হʼব নোৱাৰে। প্ৰাৰ্থীৰ সক্ৰিয়তাহে আচল কথা।

উল্লেখ্য, অহা ১ আৰু ৫ ডিচেম্বৰত গুজৰাটত বিধানসভা নিৰ্বাচন। তেওঁ বৰোদাৰ মঞ্জলপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। অষ্টম কাৰ্যকালৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত যোগেশে কয়, “জো বাইডেনক চাওক। আশী বছৰ বয়সতো এতিয়াও আমেৰিকা পৰিচালনা কৰি আছে। জো বাইডেনে যদি আশীত কৰিব পাৰে, তেনেহলে ছয়সত্তৰত ময়ো পাৰো!”

যদিও বিজেপিৰ প্ৰাৰ্থীৰ বয়সৰ সীমা ৭৫ পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে, তথাপিও যোগেশৰ অদম্য মনোভাবৰ ওচৰত কাৰ্যতঃ শিৰ নত দলৰ নেতৃত্বৰ।

প্ৰায় ৩ দশক পূৰ্বে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা যোগেশে দাবী কৰে যে তেওঁ ৰাইজৰ বাবে কাম কৰি আছে। বিধায়ক নহওঁতেও মানুহৰ লগত তেওঁৰ সম্পৰ্ক বিচ্ছিন্ন হোৱা নাছিল। মঞ্জলপুৰৰ পৰা জয়ী হʼব বুলি আশাবাদী যোগেশ। তেওঁৰ দাবী, ৭৬ বছৰ বয়সতো তেওঁৰ সজীৱ শক্তিৰ অভাৱ নহয়। ফলত এই বয়সতো ভোটদান প্ৰক্ৰিয়াত উত্তীৰ্ণ হʼব।

গুজৰাট বিধানসভাত ৩২ বছৰ বিধায়ক হিচাপে কটোৱা যোগেশে আপ বা কংগ্ৰেছৰ প্ৰাৰ্থীৰ জমা ধন জব্দ হ’ব বুলি দাবী জনাই কয় যে তেওঁ পুনৰ জয়ী হʼব। যোগেশে মন্তব্য কৰে, “৮ ডিচেম্বৰলৈ অপেক্ষা কৰক।” উল্লেখ্য, সেইদিনা গুজৰাট বিধানসভাৰ ফলাফল ঘোষণা কৰা হ’ব।

Tags: গুজৰাট
Share4Tweet3Send

Related Posts

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

by News Desk
August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

by News Desk
August 14, 2026
50
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

by News Desk
August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
ADVERTISEMENT
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

August 14, 2026
50
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

August 14, 2026
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

August 14, 2026
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT