ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

উত্তৰ-দক্ষিণ ভাৰতত প্ৰচণ্ড শীত, কেৰালাৰ মুন্নাৰত বৰফ! দিল্লীকে ধৰি ৫ ৰাজ্যত শীত প্ৰবাহ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 14, 2023
Reading Time: 1 min read
A A
0
উত্তৰ-দক্ষিণ ভাৰতত প্ৰচণ্ড শীত, কেৰালাৰ মুন্নাৰত বৰফ! দিল্লীকে ধৰি ৫ ৰাজ্যত শীত প্ৰবাহ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

কুঁৱলী অলপ কমি অহাৰ লগে লগে এইবাৰ উত্তৰ ভাৰত ৰ কেইবাখনো ৰাজ্যত প্ৰচণ্ড ঠাণ্ডা। ৰাজধানী দিল্লীৰ উপৰি পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু পশ্চিম উত্তৰ প্ৰদেশত শীত প্ৰবাহৰ পৰিস্থিতি।

শীত প্ৰবাহ
উত্তৰ-দক্ষিণ ভাৰতত প্ৰচণ্ড শীত:

আনহাতে, দক্ষিণ ভাৰতৰ পশ্চিমঘাটৰ সমীপৱৰ্তী অঞ্চলসমূহতো প্ৰচণ্ড শীত দেখা গৈছে। শনিবাৰে পুৱাৰ ভাগত কেৰালাৰ ৰাজধানী মুন্নাৰ বৰফেৰে আৱৰি ধৰে। অৱশ্যে কিছু বতৰ বিজ্ঞানীয়ে এই পৰিঘটনাক ‘তুষাৰপাত’ বুলি কʼব নিবিচাৰে।

বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি, উত্তৰ ভাৰতত ১৭ জানুৱাৰী পৰ্যন্ত উষ্ণতা বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই। বৰঞ্চ অহা সপ্তাহত উত্তৰ-পশ্চিম ভাৰতত নতুন শীত প্ৰবাহ গঠন হʼব পাৰে। যাৰ ফলত পাৰাৰ উষ্ণতা ৩ৰ পৰা ৫ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাব। কিন্তু প্ৰচণ্ড বতাহৰ বাবে কুঁৱলীৰ সম্ভাৱনা কম।

Tags: ভাৰত
Share4Tweet3Send

Related Posts

9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

by News Desk
June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

ADVERTISEMENT
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

9-Year-Old’s Body Found in Suitcase in Delhi :

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT