ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Man kills delivery boy I টকা নথকা সত্ত্বেও আইফোনৰ অৰ্ডাৰ! ডেলিভাৰী বয়ক হত্যা কৰি লুকুৱাই ৰাখিলে মৃতদেহ

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2023
Reading Time: 1 min read
A A
0
Man kills delivery boy I টকা নথকা সত্ত্বেও আইফোনৰ অৰ্ডাৰ! ডেলিভাৰী বয়ক হত্যা কৰি লুকুৱাই ৰাখিলে মৃতদেহ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

আইফোন (iPhone) কিনাটো দীৰ্ঘদিনীয়া চখ। অৱশেষত যুৱকজনে ই-কমাৰ্চ চাইটত (E-commerce site) ৪৬ হাজাৰ টকাৰ আইফোন অৰ্ডাৰ কৰে। কিন্তু তেওঁৰ হাতত মোবাইল কিনিবলৈ টকা নাছিল। ডেলিভাৰী বয় (Delivery Boy) আহি পোৱাৰ লগে লগে আইফোনটো লৈ হত্যা (Murder) কৰে। ইয়াৰ পিছত যুৱকজনে মৃতদেহটো চাৰিদিন লুকুৱাই ৰাখি শেষত জ্বলাই দিয়ে।

delivery boy
Man kills delivery boy:

কৰ্ণাটকৰ (Karnataka) হাছান জিলাৰ আৰাচিকিৰে অঞ্চলত এই অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তৰ নাম হেমন্ত দত্ত। মৃত ডেলিভাৰী লʼৰাটোৰ নাম হেমন্ত নাইক। ২৩ বছৰীয়া যুৱকজনক হত্যা কৰাৰ পিছত হেমন্তই মৃতদেহটো ঘৰতে লুকুৱাই ৰাখিছিল। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

আৰক্ষীৰ তথ্য অনুসৰি, কিছুদিন পূৰ্বে ই-কমাৰ্চ চাইটত হেমন্তই ৪৬ হাজাৰ টকাৰ আইফোন অৰ্ডাৰ কৰিছিল। ৭ ফেব্ৰুৱাৰীত ডেলিভাৰী বয়জনে ফোনটো লৈ হেমন্তৰ ঘৰৰ ঠিকনাত উপস্থিত হয়। কিন্তু ফোনটো পোৱাৰ পিছত হেমন্তই ডেলিভাৰী বয়ক টোপোলাটো খুলিবলৈ কয়।

ডেলিভাৰী বয়জনে তেনে কৰিবলৈ অস্বীকাৰ কৰি হেমন্তৰ পৰা আইফোনটো বিচাৰে। ইয়াৰ পিছতে হেমন্তই তৰ্ক-বিতৰ্ক আৰম্ভ হয় আৰু গধুৰ বস্তুৰে আঘাত কৰি ডেলিভাৰী বয়জনক হত্যা কৰে। চাৰিদিন মৃতদেহটো নিজৰ ঘৰত লুকুৱাই ৰাখিলে।

১১ ফেব্ৰুৱাৰীৰ নিশা অভিযুক্তই ৰেʼল দলঙৰ ওচৰলৈ গৈ কেৰাচিন ঢালি মৃতদেহত জুই লগাই দিয়ে। আনহাতে, ভাতৃক বিচাৰি নোপোৱাৰ পিছত ডেলিভাৰী বয়টোৰ ককায়েক মঞ্জুনাথ নাইকে আৰক্ষীৰ কাষ চাপে। নিৰুদ্দেশ হোৱাৰ গোচৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছত এই ঘটনা পোহৰলৈ আহে।

আৰক্ষীয়ে ডেলিভাৰী বয়ৰ মোবাইল টাৱাৰৰ স্থান অনুসৰণ কৰি অভিযুক্তৰ ওচৰ পায়গৈ। তাতেই উদ্ধাৰ হয় মৃতকৰ মোবাইল ফোন। ইয়াৰ উপৰি অভিযুক্তৰ ঘৰত উদ্ধাৰ হৈছে সংশ্লিষ্ট ই-কমাৰ্চ কোম্পানীটোৰ বেগ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তই আগতে ই-কমাৰ্চ কোম্পানী এটাত ডেলিভাৰী বয় হিচাপেও কাম কৰিছিল। পিছত চাকৰি এৰিলে। চখৰ ফোন অৰ্ডাৰ কৰি টকা যোগাৰ কৰিব নোৱাৰিলে। আনহাতে, অৰ্ডাৰ দিয়া ফোনটোও তেওঁৰ ওচৰ পালেগৈ। টকাখিনি কেনেকৈ দিব সেই কথা ভাবি সি ডেলিভাৰী বয়টোক হত্যা কৰাৰ সিদ্ধান্ত লʼলে। অধিক তথ্য জানিবলৈ তেওঁলোকৰ জিম্মাত থকা অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Tags: iPhoneMan kills delivery boyআইফোন
Share4Tweet3Send

Related Posts

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

by News Desk
August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

by News Desk
August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

by News Desk
August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

by News Desk
August 10, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT