ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Arunachal Pradesh I অৰুণাচল ভাৰতৰ ‘অবিচ্ছেদ্য অংগ’ : ১১ স্থানৰ নাম সলনিক লৈ আমেৰিকাৰ চীনলৈ শক্তিশালী বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
April 5, 2023
Reading Time: 1 min read
A A
0
Arunachal Pradesh I অৰুণাচল ভাৰতৰ ‘অবিচ্ছেদ্য অংগ’ : ১১ স্থানৰ নাম সলনিক লৈ আমেৰিকাৰ চীনলৈ শক্তিশালী বাৰ্তা

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ৰ ১১টা স্থানৰ নাম সলনি কৰাৰ পিছত আমেৰিকা (America)ই চীনৰ বিৰুদ্ধে (Against China) মাত মাতিলে। তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ (integral part of India)। ইয়াৰ উপৰি জো বাইডেনৰ প্ৰশাসনেও জনাইছে যে নাম সলনি কৰি এলেকা দখল কৰাৰ তেওঁলোকৰ প্ৰয়াস ভাল দেখা নাই। বৰঞ্চ আমেৰিকাই চীনৰ এই প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰিছে।

অৰুণাচল
অৰুণাচল ভাৰতৰ ‘অবিচ্ছেদ্য অংগ:

মঙলবাৰে হোৱাইট হাউছৰ সংবাদ সচিব কেৰিন জিন পিয়েৰে নিজৰ দৈনিক সংবাদমেলত কয়, “আমেৰিকাই উক্ত অঞ্চলক (অৰুণাচল প্ৰদেশ) দীৰ্ঘদিন ধৰি ভাৰতৰ অবিচ্ছেদ্য অংগ হিচাপে স্বীকৃতি দি আহিছে। উক্ত অঞ্চলৰ নাম সলনি কৰি আধিপত্য বৃদ্ধিৰ প্ৰয়াসক আমি তীব্ৰ গৰিহণা দিছো।” সংবাদ সচিবগৰাকীৰ বিবৃতিত চীনৰ নাম কʼতো উল্লেখ নাই যদিও ছি জিনপিঙৰ দেশকে যে লক্ষ্য কৰি লোৱা হৈছে সেয়া স্পষ্ট হৈ পৰিছে।

উল্লেখ্য, মঙলবাৰে অৰুণাচলৰ ১১টা স্থানৰ নাম সলনি কৰে চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে। এই খবৰটো প্ৰথম প্ৰকাশ কৰিছিল দেশখনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছে। চীনে এই অঞ্চলটো দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰিছে। গতিকে স্থানীয় ৰাইজৰ উচ্চাৰণৰ সুবিধাৰ বাবে ঠাইবোৰৰ নাম সলনি কৰা হʼল। যি ১১ টা স্থানৰ নাম সলনি কৰা হৈছে তাত পৰ্বতৰ চূড়া, নদী, আনকি আৱাসিক এলেকাও আছে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে ২০১৭ চনৰ এপ্ৰিল মাহত আৰু ২০২১ চনৰ ডিচেম্বৰ মাহত চীনে একপক্ষীয়ভাৱে অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থানৰ নাম সলনি কৰাৰ অভিযোগ উত্থাপন হৈছিল।

আনহাতে, চীনে এই পদক্ষেপ লোৱাৰ পাছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে কেৱল নাম সলনি কৰিলেই বাস্তৱ সলনি কৰিব নোৱাৰি। ভাৰতে অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকিব বুলি উল্লেখ কৰি চীনৰ এই ‘প্ৰয়াস’ নাকচ কৰে। কিন্তু বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত অৰুণাচলৰ সন্দৰ্ভত ভাৰতৰ কাষত আমেৰিকা থিয় দিয়াটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। কিছুদিন পূৰ্বেও আমেৰিকাই ভাৰতৰ কাষত থিয় দি চীনক দোষাৰোপ কৰিছিল লাডাখ সীমান্তত স্থিতাৱস্থা ভংগ কৰাৰ কাৰণে।

Tags: Arunachal PrredeshIndia-Chinaintegral partঅবিচ্ছেদ্য অংগঅৰুণাচল
Share4Tweet3Send

Related Posts

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

by News Desk
June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

by News Desk
June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড
National-International

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

by News Desk
June 10, 2026
50
PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

Indian Army : ভাৰতৰ পাৰমাণৱিক নীতিত বৃহৎ পৰিৱৰ্তন, প্ৰথমবাৰৰ বাবে যুদ্ধৰ বাবে সাজু ১২ পাৰমাণৱিক অস্ত্ৰ

ADVERTISEMENT
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড
National-International

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT