ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Government I অহা বছৰৰ পৰা সাত বিহু উদযাপনৰ উদ্যোগ ল’ব চৰকাৰে : মুখ্যমন্ত্ৰী

নিউজ ডেস্কঃ

News Desk by News Desk
April 12, 2023
Reading Time: 1 min read
A A
0
Assam Government I অহা বছৰৰ পৰা সাত বিহু উদযাপনৰ উদ্যোগ ল’ব চৰকাৰে : মুখ্যমন্ত্ৰী

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) কয় যে চৰকাৰে ৰাজ্য (Assam Government)খনত ২০২৪ চনৰ পৰা (From 2024 year) সাত বিহু উদযাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ১০ বছৰীয়া ৰঙালী বিহু উদযাপন সমিতিক সাহায্য বিতৰণ কৰি এই কথা ঘোষণা কৰে।

উল্লেখ্য, বিগত বছৰৰ পৰা আৰম্ভ হোৱা এই সাহায্য প্ৰদান আঁচনিত এই বছৰ ২১১৪ খন বিহু সমিতিক মুঠ ১.৫ লাখ টকাকৈ অনুদান বিতৰণ কৰা হয়। ইয়াৰে ভিতৰত সৰ্বাধিক কামৰূপ (মেট্ৰ’পলিটান) জিলাৰ ১২০ খন সমিতিয়ে অনুদান লাভ কৰে। আনহাতে, অনুষ্ঠানটো সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ১৬ মে’ৰ পৰা কাকো বিহু উদযাপন কৰিবলৈ অনুমতি দিয়া নহয়।

সাত বিহু উদযাপন
অহা বছৰৰ পৰা সাত বিহু উদযাপনৰ উদ্যোগ ল’ব চৰকাৰে : মুখ্যমন্ত্ৰী

তেওঁ কয়, “১৬ মে’ৰ পৰা ৰাজ্যখনত বিহু উদযাপন কৰা নহ’ব। অৱশ্যে অন্যান্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰিব। এই ক্ষেত্ৰত বিহু সমিতিসমূহে ব্যৱস্থা লোৱা উচিত।” লগতে মুখ্যমন্ত্ৰী শৰ্মাই বিহু সমিতিসমূহক চান্দা সংগ্ৰহ নকৰিবলৈও আহ্বান জনায়। কিন্তু তাৰ পৰিৱৰ্তে পৰম্পৰাগত হুঁচৰিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত মঞ্চৰ ক্ষেত্ৰত সুৰা পান নকৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি বিহু সমিতিসমূহক এই বিষয়ত বিশেষ মনোযোগ দিবলৈ আহ্বান জনায়। আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই এই ৰঙালী বিহুত সাত বিহু উদযাপন কৰিবলৈও অসমৰ জনসাধাৰণক আহ্বান জনায়।

Tags: Assam Governmentseven bihuঅসম চৰকাৰসাত বিহু
Share4Tweet3Send

Related Posts

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
ADVERTISEMENT
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
50
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ
National-International

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
50
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা
National-International

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026
50
Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ
National-International

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx