ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বোকাজানৰ লাহৰিজানত আঠ কোটি মূল্যৰ হেৰ’ইন জব্দ : আটক দুই সৰবৰাহকাৰী

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
April 22, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

অসম-নাগালেণ্ড সীমান্তত পুণৰ উদ্ধাৰ হৈছে বৰবিহ সদৃস সন্দেহযুক্ত হেৰ’ইন (Heroin)৷ ড্ৰাগছ, গাঞ্জা, নিচাজাতীয় টেবলেটকে আদিকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বোকাজান আৰক্ষী (Bokajan Police)য়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে। ন-ন কৌশলেৰে সৰবৰাহকাৰীয়ে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৰ বোকাজান মহকুমা (Bokajan Sub division)ৰ অন্তৰ্গত লাহৰিজান (Lahorijan), খটখটী (Khatkhati), বৰপথাৰ খাকৰাজান, ডিলাই (Delai) আদিত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ কৌশলক ব্যৰ্থ কৰিছে বোকাজান আৰক্ষীয়ে। নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীয়ে কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথক নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও সীমান্তৰ অঞ্চলত বোকাজান মহকুমা আৰক্ষীৰ তীক্ষ্ণ নজৰৰ পৰা হাত হাৰি যাব পৰা নাই এনে সৰবৰাহকাৰী।

BokaP1 1 | ASSAM TIMES POST

আজি পুণৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰে এক বৃহৎ সফলতা। প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানত এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আজি মাজ নিশা ডিলাই খটখটী অ’চি, থানা ষ্টাফ আৰু চি ২০ চিআৰপি এফৰ সহযোগত পুৰণা লাহৰিজানত এক নাকা তালাচী স্থাপন কৰা হয় ৷

উক্ত নাকা তালাচীত NL-01-AE-4382 নম্বৰৰ ট্ৰাক এখনৰ পৰা উদ্ধাৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে বহু পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন (Recovering heroin)৷ বাহনখনৰ তিৰপালৰ তলত লুকুৱাই অনা অৱস্থাত 116টা চাবোনৰ বাকচত উদ্ধাৰ হয় 1.3 কিলোগ্ৰাম সন্দেহ়ুক্ত হেৰ’ইন ৷

আৰক্ষীয়ে এই সন্দৰ্ভত নগাঁওৰ আইজুল হক আৰু মৰিগাঁৱৰ দিলদাৰ হুচেইন নামৰ সৰবৰাহকাৰী দুটাক আটক কৰিবলৈ সক্ষম হৈছে ৷

জব্দকৃত সন্দেহযুক্ত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় 8 কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷ হেৰ’ইনখিনি মণিপুৰৰ পৰা অনা হৈছে বুলি জানিব পৰা গৈছে।

Tags: Heroin seizedLahorijanলাহৰিজানহেৰ'ইন জব্দঃ
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx