ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ছত্তীশগড়ৰ দন্তেৱাড়াত বিস্ফোৰণ, মাওবাদীৰ আক্ৰমণত ১১ আৰক্ষী জোৱানৰ মৃত্যুৰ আশংকা

নিউজ ডেস্কঃ

News Desk by News Desk
April 26, 2023
Reading Time: 1 min read
A A
0
ছত্তীশগড়ৰ দন্তেৱাড়াত বিস্ফোৰণ, মাওবাদীৰ আক্ৰমণত ১১ আৰক্ষী জোৱানৰ মৃত্যুৰ আশংকা

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

পুনৰ মাওবাদীৰ আক্ৰমণ (Maoist attack)। এইবাৰ ছত্তীশগড়ৰ দন্তেৱাড়াত (Dantewada in Chhattisgarh) তেজৰ নৈ বৈ যায়। সূত্ৰ অনুসৰি, মাওবাদীয়েই এই বিস্ফোৰণৰ কাৰণ। কমেও ১০ জন আৰক্ষী জোৱানৰ মৃত্যুৰ (10 policemen killed) আশংকা কৰা হৈছে।

chatt | ASSAM TIMES POST

জানিব পৰা মতে, দন্তেৱাড়াৰ অৰণপুৰৰ সমীপৰ এটা অঞ্চলত মাওবাদীয়ে ঘটোৱা বিস্ফোৰণত আৰক্ষীকেইজনৰ মৃত্যু হয়। সূত্ৰ অনুসৰি, আৰক্ষী জোৱান (জিলা ৰিজাৰ্ভ গাৰ্ড) মাওবাদী দমন অভিযানৰ পৰা উভতি আহিছিল। সেই সময়ত মাওবাদীয়ে আই ই ডি বিস্ফোৰণ কৰিছিল। সেইবাবেই গাড়ীত থকা ১০ জন আৰক্ষীৰ মৃত্যু হয়। চালকজনৰো মৃত্যু হয়।

শেহতীয়াকৈ চি পি আই-মাওবাদীক উদ্দেশ্যি এখন পত্ৰ প্ৰচাৰ কৰা হৈছিল। তাত নিষিদ্ধ ৰাজনৈতিক দলটোৱে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিব বুলি জানিবলৈ দিয়ে।

Tags: ChhattisgarhMaoist attackছত্তীশগড়মাওবাদী
Share4Tweet3Send

Related Posts

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

by News Desk
May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

by News Desk
May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

by News Desk
May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

by News Desk
May 22, 2026
50
Rajya Sabha Election : অহা মাহত ৰাজ্যসভাৰ ২৬খন আসনৰ নিৰ্বাচন

‎‎Mount Everest : মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি উভতি অহাৰ পথত অসুস্থ হৈ ২ ভাৰতীয় পৰ্বতাৰোহীৰ মৃত্যু

ADVERTISEMENT
Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ
National-International

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
50
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ
National-International

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
50
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়
National-International

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026
50
Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী
National-International

Puri : পুৰীত হোটেল ভাড়া হঠাৎ আকাশলংঘী

May 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

Twisha Sharma case : ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ, অভিযুক্ত স্বামীৰ আত্মসমৰ্পণ

May 22, 2026
Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

Umar Khalid : ৩ দিনৰ অন্তৱৰ্তীকালীন জামিন লাভ ওমৰ খালিদৰ

May 22, 2026
Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

Reservation : ‎‎’যদি পিতৃ-মাতৃ আইএএছ বিষয়া, তেন্তে তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষণ কিয়’ : উচ্চতম ন্যায়ালয়

May 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT