ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence I মুখ্যমন্ত্ৰীৰ সভাস্থলীত অগ্নিসংযোগ ক্ষুব্ধ জনজাতীয় লোকৰ! অশান্ত মণিপুৰত স্তব্ধ ইণ্টাৰনেট সেৱা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 28, 2023
Reading Time: 1 min read
A A
0
Manipur Violence I মুখ্যমন্ত্ৰীৰ সভাস্থলীত অগ্নিসংযোগ ক্ষুব্ধ জনজাতীয় লোকৰ! অশান্ত মণিপুৰত স্তব্ধ ইণ্টাৰনেট সেৱা

RELATED POSTS

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Manipur Extortion Case : Militant Among 3 Arrested

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

জনজাতীয় বিক্ষোভৰ ফলত অশান্ত মণিপুৰ (Manipur Violence)। বৃহস্পতিবাৰে নিশা চুৰাচান্দপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (N Biren Singh) সভাস্থলী জ্বলাই দিয়ে ক্ষুব্ধ জনতাই। আৰক্ষীৰ সৈতে গোটেই নিশা সংঘৰ্ষও সংঘটিত ।

Manipur Violence
set on fire the venue of Manipur Chief Minister’s programme:

আৰক্ষীয়ে দাবী কৰা মতে, মুখ্যমন্ত্রী বীৰেণ সিং সভাস্থলীত উপস্থিত হোৱাৰ ঠিক আগতেই উন্মাদ জনসাধাৰণে আক্রমণ কৰে৷ অশান্তিৰ বাবে শুকুৰবাৰৰ পৰা উত্তৰ-পূবৰ ৰাজ্যখনৰ কেইবাটাও অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। চৰকাৰী সূত্ৰ মতে, স্থানীয় জনজাতীয় মঞ্চৰ নেতাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰা বুলি অভিযোগ উঠিছে।

Manipur Violenceমণিপুৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনকাৰীৰ অভিযোগ মূলতঃ দুটা। প্ৰথমতে, ৰাজ্যৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল আৰু জলাশয়ৰ ওপৰত বননিবাসী জনগোষ্ঠীৰ পৰম্পৰাগত অধিকাৰ কাঢ়ি লোৱা। দ্বিতীয়তে, ৰাজ্যিক গীৰ্জাসমূহৰ ওপৰত ‘পৰিকল্পিত আক্ৰমণ’ৰ পৰিঘটনা। অৱশ্যে ৰাজনৈতিক প্ৰৰোচনাৰ বাবেই এনে অশান্তিৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে ৰাজ্য চৰকাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Manipur Violence
Share5Tweet3Send

Related Posts

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

by News Desk
September 29, 2026
50
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

by News Desk
September 26, 2026
60
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
53
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

by News Desk
September 26, 2026
53
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
57
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
ADVERTISEMENT
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
50
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026
50
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Golaghat Police seized illegal weapons in Nagaland

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

September 29, 2026
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

September 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d