Mehul Choksi I হাজাৰ কোটিৰ প্ৰৱঞ্চনাৰ নায়কক গ্ৰেপ্তাৰ, পিএনবিৰ পৰা প্ৰায় ১৪ হাজাৰ কোটি টকা কেনেকৈ হস্তগত কৰিছিল মামা-ভাগিনে?
ভাৰতৰ হীৰা ব্যৱসায়ী মেহুল চোক্সীক (Mehul Choksi) অৱশেষত পঞ্জাৱ নেচনেল বেংকত (পিএনবি) প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ। ভাৰত চৰকাৰৰ অনুৰোধত বেলজিয়াম চৰকাৰে ...







