ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

War plane crash I বায়ুসেনাৰ বিমান দুর্ঘটনাগ্ৰস্ত হৈ দুজনৰ মৃত্যু

নিউজ ডেস্কঃ

News Desk by News Desk
May 8, 2023
Reading Time: 1 min read
A A
0
War plane crash I বায়ুসেনাৰ বিমান দুর্ঘটনাগ্ৰস্ত হৈ দুজনৰ মৃত্যু

RELATED POSTS

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

ভাৰতীয় বায়ুসেনা (Indian Air Force)ৰ যুদ্ধ বিমান দুৰ্ঘটনা (War plane crash)ত নিহত হয় দুই সাধাৰণ নাগৰিক (Two civilians killed)। সোমবাৰে পুৱা ৰাজস্থানৰ হনুমানগড়ত (Hanumangarh in Rajasthan) সংঘটিত হয় এই ঘটনা। প্ৰশিক্ষণ অনুশীলনৰ সময়ত মিগ-২১ (Mig-21) যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ দুগৰাকী মহিলাৰ মৃত্যু হয়। আহত হয় এজন পুৰুষো। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমানখনৰ পাইলট নিৰাপদ। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যোৱা হয় তেওঁক।

বায়ুসেনা
বায়ুসেনাৰ বিমান দুর্ঘটনাগ্ৰস্ত হৈ দুজনৰ মৃত্যু:

সোমবাৰে পুৱা এই অনুশীলনৰ বাবে ৰাজস্থানৰ চুৰাটগড়ৰ পৰা উৰা মাৰে বায়ুসেনাৰ যুদ্ধ বিমানখন। হনুমানগড়ৰ আৰক্ষী অধীক্ষক সুধীৰ চৌধুৰীয়ে জনোৱা মতে, এই ঘটনা সংঘটিত হৈছে বাহলোলনগৰত। মিগ-২১ৰ প্ৰশিক্ষণৰ অন্তিম পৰ্যায়ত আছিল। হঠাৎ বাহলোলনগৰৰ এটা ঘৰৰ চাদত ভাঙি পৰে বিমানখন। প্ৰায় লগে লগে ছাদখন ভাঙি ঘৰটোত বাস কৰা দুগৰাকী মহিলাৰ মৃত্যু হয়। পৰিয়ালটোৰ এজন পুৰুষ সদস্যও গুৰুতৰভাৱে আহত হয়।

ইতিমধ্যে ভাৰতীয় বায়ুসেনাই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। হঠাৎ বিমানখন কেনেকৈ ভূপতিত হ’ল তাৰ তদন্ত চলি আছে। ইয়াৰ পূৰ্বে জানুৱাৰী মাহতো বায়ুসেনাৰ চুখয়-৩০ আৰু মিৰাজ ২০০০ৰ দুখন যুদ্ধ বিমান প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এটা মধ্যপ্ৰদেশৰ মৰেনাত আৰু আনটো ৰাজস্থানৰ ভাৰতপুৰত। উক্ত দুৰ্ঘটনাত এজন পাইলটৰো মৃত্যু হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Indian Air Forceplane crashবিমান দুৰ্ঘটনাভাৰতীয় বায়ুসেনা
Share4Tweet3Send

Related Posts

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
51
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
51
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
53
ADVERTISEMENT
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
50
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
50
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026
50
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
Manipur Extortion Case : Militant Among 3 Arrested

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d