ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cheating technology I প্ৰযুক্তিৰ প্ৰতাৰণা! বন্ধুৰ বেশত ৫ কোটি টকাৰ প্ৰতাৰণা

নিউজ ডেস্কঃ

News Desk by News Desk
May 25, 2023
Reading Time: 1 min read
A A
0
Cheating technology I প্ৰযুক্তিৰ প্ৰতাৰণা! বন্ধুৰ বেশত ৫ কোটি টকাৰ প্ৰতাৰণা

RELATED POSTS

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

যিদৰে প্ৰযুক্তিৰ সহায়ত পৃথিৱীখন আগবাঢ়িছে, তেনেদৰেই ই বিশ্বৰ জনসাধাৰণক ভয়াৱহ বিপদতো পেলাইছে। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিয়ে এজন ব্যক্তিৰ মুখাৱয়ৱ আন এজন ব্যক্তিয়ে সহজেই নকল কৰিব পাৰে। এই ‘ডিপফেক’ টেকন’লজি (‘Deepfake’ Technology) ব্যৱহাৰ কৰি কোনোবাই যদি আন কাৰোবাৰ মুখাৱয়ৱ ব্যৱহাৰ কৰি ভিডিঅʼ কল কৰে, তেন্তে খালী চকুৰে আচল আৰু ভুৱাৰ মাজত পাৰ্থক্য কʼব পৰাটো বৰ সহজ নহয়। 

প্ৰযুক্তিৰ প্ৰতাৰণা!
প্ৰযুক্তিৰ প্ৰতাৰণা! বন্ধুৰ বেশত ৫ কোটি টকাৰ প্ৰতাৰণা

সেয়েহে অপৰাধৰ সময়ত প্ৰৱঞ্চকসকলে এই প্ৰযুক্তিসমূহৰ ফালে আগবাঢ়িছে। ৰয়টাৰৰ তথ্য অনুসৰি, উত্তৰ চীন (North China)ৰ এজন বাসিন্দাই ‘ডিপফেক’ প্ৰযুক্তি ব্যৱহাৰ কৰি ৫ কোটি টকাৰ প্ৰতাৰণা (Rs 5 crore cheated) কৰিছে।

চীনৰ বাওটৌ চহৰৰ আৰক্ষীয়ে দাবী কৰা মতে, এই প্ৰৱঞ্চকজনে চীনৰ এজন বাসিন্দাৰ ঘনিষ্ঠ বন্ধুৰ ৰূপ লৈছিল। ইয়াৰ পিছত বন্ধুজনক ভিডিঅʼ কল কৰি ৫ কোটি টকাৰ সহায় বিচাৰে। চীনৰ বাসিন্দাজনে ভাবিলে তেওঁৰ বন্ধুজন সঁচাকৈয়ে বিপদত পৰি তেওঁৰ পৰা আৰ্থিক সহায় বিচাৰিছে।

সেয়ে বন্ধুজনে প্ৰতাৰকজনৰ বেংক একাউণ্টলৈ পইচা পঠিয়াই দিলে। কিন্তু টকা পঠোৱাৰ পিছতহে তেওঁ প্ৰকৃত পৰিস্থিতি বুজিব পাৰিলে। লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীৰ মতে, বেংক একাউণ্টৰ সবিশেষ সংগ্ৰহ কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব অভিযুক্ত প্ৰৱঞ্চকজনক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: cheatedDeepfake Technologyডিপফেক টেকন’লজিপ্ৰতাৰণা
Share4Tweet3Send

Related Posts

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
51
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
51
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
53
ADVERTISEMENT
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
50
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026
50
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
51
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Extortion Case : Militant Among 3 Arrested

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d