ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কেব বিৰোধ কৰি চৰকাৰৰ দাঁতৰ হুল হৈ পৰিল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ

ASSAM TIMES POST by ASSAM TIMES POST
December 8, 2019
Reading Time: 1 min read
A A
0
কেব বিৰোধ কৰি চৰকাৰৰ দাঁতৰ হুল হৈ পৰিল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ

RELATED POSTS

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

অৰূপ ডেকাঃ কেব বিৰোধী আন্দোলনৰ দাবানলৰ শক্তিত ক্ৰমে দিশহাৰা হৈ পৰা ৰাজ্য চৰকাৰে গাদী ৰক্ষাৰ স্বাৰ্থত শিল্পীকো লক্ষ্য কৰি লোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে ৰাজ্যবাসীয়ে।

17 01 19 Tezpur Zubeen Garg observing Sankalpa Day | ASSAM TIMES POST

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰাজ্যৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে ১৯৭১ চনৰ পিছত স্বয়ং ভগৱান আহিলেও থাকিবলৈ নিদিয়াৰ কথা কৈছিল৷ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক প্ৰত্যাহ্বান জনাইছিল। শিল্পীজনৰ জনপ্ৰিয়তা আৰু গণভিত্তিৰ ওচৰত সেও মনা চৰকাৰখনে হাতত লৈছে আন এক কৌশল।

সেই অনুসৰি ডিব্ৰুগড়ত আজি জুবিন গাৰ্গৰ এক অনুষ্ঠান স্থানীয় প্ৰশাসনে আয়োজন কৰাত বাধা প্ৰদান কৰে।চৰকাৰৰ এনে কাৰ্যক বিভিন্ন দল-সংগঠনে কঠোৰ ভাষাৰে গৰিহণা দিছে। চৰকাৰে প্ৰতিবাদী কাৰ্যসূচীত লাউড স্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ অনুমতি অবিহনে বাধা আৰোপ কৰিছে। আনহাতে চৰকাৰৰ এনে দমনমূলক নীতিক অসমবাসীয়ে তিল মাত্ৰও কেৰেপ নকৰে বুলি প্ৰতিবাদী জনগণে স্পষ্ট কৰি দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share13Tweet4Send

Related Posts

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
50
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
54
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
53
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
59
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
52
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d