ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Parliament attack case I সংসদ কাণ্ডৰ পিছত দিল্লী আৰক্ষীৰ পৰা চিআইএছএফৰ হাতলৈ সংসদৰ সুৰক্ষা দায়িত্ব

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 22, 2023
Reading Time: 1 min read
A A
0
PARLIAMENT | ASSAM TIMES POST

RELATED POSTS

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

10 Injured as Under-Construction Building Collapses Near Ambala

New Logo Smal 3 | ASSAM TIMES POST

দিল্লী আৰক্ষীক দায়িত্বৰ পৰা আঁতৰাই দিয়া কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীক অৰ্পণ কৰা হৈছে সংসদৰ নিৰাপত্তাৰ (Parliament Security) দায়িত্ব। উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰং বোমাৰ ঘটনাৰ ঠিক ন দিন পিছত এই সিদ্ধান্ত কাৰ্যকৰী কৰিছে ।

চিআইএছএফৰ হাতলৈ সংসদৰ সুৰক্ষা
সংসদ কাণ্ডৰ পিছত দিল্লী আৰক্ষীৰ পৰা চিআইএছএফৰ হাতলৈ সংসদৰ সুৰক্ষা:

বুধবাৰৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত পুৰণি আৰু নতুন সংসদ ভৱনৰ নিৰাপত্তা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চিআইএছএফক হস্তান্তৰ কৰা হৈছে বুলি সংবাদ সংস্থা পিটিআয়ে জানিবলৈ দিয়ে । চিআইএছএফে শুকুৰবাৰে দায়িত্ব গ্ৰহণ কৰে ।

উল্লেখ্য যে এতিয়ালৈকে দিল্লী আৰক্ষীৰ এটা বিশেষ দল সংসদ চৌহদৰ নিৰাপত্তাৰ দায়িত্বত আছিল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ আন এটা দল সংসদ চৌহদৰ বাহিৰত নিৰাপত্তা কৰ্তব্যত আছিল ।

ইয়াৰ উপৰি জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সংসদ ভৱন চৌহদত অগ্নিনিৰ্বাপক বাহিনী আৰু চিআইএছএফ গোটসমূহ ৰখা হৈছিল । দিল্লী আৰক্ষীৰ চোৰাংচোৱা শাখা সংসদৰ নিৰাপত্তা নিৰীক্ষণৰ দায়িত্বত আছিল । এতিয়া নতুন ব্যৱস্থাৰ অধীনত সংসদ চৌহদৰ ওচৰৰ এলেকাৰ দায়িত্ব দিল্লী আৰক্ষীৰ ওচৰলৈ যাব । দিল্লী আৰক্ষী আৰু চিআইএছএফ দুয়োটাৰে নিয়ন্ত্ৰণৰ দায়িত্ব গৃহ মন্ত্ৰালয়ৰ হাতত ।

অৱশ্যে চিআইএছএফৰ সমন্বয়ত কাম কৰোঁতে দিল্লী আৰক্ষী পুৰণি আৰু নতুন সংসদ ভৱনৰ নিৰাপত্তাৰ বাবে দায়বদ্ধ নহ’ব। চিআইএছএফে ভৱনৰ চৌহদত প্ৰৱেশ কৰা লোকসকলক পৰীক্ষা কৰা আৰু বাহন পৰীক্ষা কৰাৰ দায়িত্বত থাকিব। ইয়াৰ পূৰ্বে দিল্লী আৰক্ষী এই দায়িত্বত আছিল। গৃহ মন্ত্ৰালয়ে ১৩ ডিচেম্বৰৰ ঘটনাৰ পিছত সংসদ ভৱনৰ নিৰাপত্তা পৰ্যালোচনা আৰু পুনৰীক্ষণ কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ে চৰকাৰী ভৱন আইন অনুসৰি সংসদ ভৱনৰ নিৰাপত্তা চিআইএছএফক হস্তান্তৰ কৰিবলৈ নীতিগতভাৱে সন্মতি প্ৰদান কৰিছে।
আনহাতে, সংসদ সচিবালয়ৰ সূত্ৰ অনুসৰি, লোকসভা আৰু ৰাজ্যসভাৰ অধিবেশন কক্ষলৈ যোৱাৰ পথত চাৰিটা নিৰাপত্তা ব্যৱস্থা আছে। ১৩ ডিচেম্বৰত সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি লোকসভাত প্ৰৱেশ কৰে আৰু দৰ্শকৰ আসনৰ পৰা মজিয়ালৈ জঁপিয়াই পৰে।

তেওঁ ‘কেনিষ্টাৰ চেল’ৰ পৰা ধোঁৱা নিক্ষেপ কৰে। কিন্তু চাৰি স্তৰৰ নিৰাপত্তা ব্যৱস্থাটোত তেওঁলোকৰ জোতাত লুকাই থকা ৰঙৰ বোমাৰ অস্তিত্ব ক’তো ধৰা পৰা নাছিল। একে সময়তে অমল শিন্দে আৰু নীলম আজাদে সংসদ ভৱনৰ বাহিৰৰ নিৰাপত্তা বেষ্টনীত প্ৰৱেশ কৰে আৰু ৰং বোমাৰে ‘তানাশাহী নেহী চলেগা’ শ্ল’গান দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চিআইএছএফৰ হাতলৈ সংসদৰ সুৰক্ষা দায়িত্বসংসদ কাণ্ডৰ পিছত দিল্লী আৰক্ষীৰ পৰা
Share4Tweet3Send

Related Posts

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

by News Desk
September 28, 2026
50
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

by News Desk
September 28, 2026
50
10 Injured as Under-Construction Building Collapses Near Ambala
National-International

10 Injured as Under-Construction Building Collapses Near Ambala

by News Desk
September 28, 2026
50
Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল
National-International

Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল

by News Desk
September 28, 2026
50
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

by News Desk
September 26, 2026
52
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

by News Desk
September 26, 2026
52
ADVERTISEMENT
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
50
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

September 28, 2026
50
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

September 28, 2026
50
King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

September 28, 2026
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d