ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

32.42 grams of Heroin Seized : খটখটীৰ গৌতম বস্তিত হেৰ’ইনসহ এজনক আটক আৰক্ষীৰ

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
August 30, 2024
Reading Time: 1 min read
A A
0
32.42 grams of Heroin Seized : খটখটীৰ গৌতম বস্তিত হেৰ’ইনসহ এজনক আটক আৰক্ষীৰ

New Logo Smal 4 | ASSAM TIMES POST
শুকুৰবাৰে সন্ধিয়া প্রায় ৬ বজাত খটখটী আৰক্ষী (Khatkhati Police) থানাৰ অধীনৰ গৌতম বস্তি (Gautam Basti)ত থকা নাকা তালাচী (Naka Search)ত আৰক্ষীয়ে হেৰ’ইনসহ এজন যুৱকক আটক (Youth arrested with heroin) কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা মতে হোজাইৰ বস্তিবাৰী নিবাসী আইজুল ইছলাম (Aijul Islam) (২২), নামৰ যুৱকজনে এএছ-০৯-এ-৫৪৩৬ নম্বৰৰ অট’খনত আহি আছিল।

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

ka.1 | ASSAM TIMES POST
খটখটীৰ গৌতম বস্তিত হেৰ’ইনসহ এজনক আটক

আৰক্ষীয়ে চলোৱা তালাচীত তিনিটা চাবোনৰ বাকচ আৰু এটা চাধা টেমাৰ পৰা আৰক্ষীয়ে ৩২.৪২ গ্রাম হেৰ’ইন জব্দ (32.42 grams of heroin seized) কৰিবলৈ সক্ষম হয়। বোকাজান মহকুমাৰ চি আই চুমথং শ্যাম, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল শইকীয়া এছ আই জিতুমণি শইকীয়া আৰু পংকজ শইকীয়াই এই উদ্ধাৰ কাৰ্যৰ তদাৰক কৰে।

Tags: HeroinseizedinKhatkhatiখটখটীতহেৰইনজব্দ
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx