ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Abducted Ratan Dutta : বৰলাংফেৰত অপহৃত ৰতন দত্তক হত্যা, প্ৰাক্তন আনলা বিদ্ৰোহী আৰু ডিএনএলএৰ ছয়জনক গ্ৰেপ্তাৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
December 24, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

কাৰবি আংলং জিলাৰ বৰলাংফেৰ (Karbi Anglong’s Barlangphe) অঞ্চলৰ পৰা যোৱা ১৯ ডিচেম্বৰৰ পৰা অপহৃত হৈ থকা ৰতন দত্ত (Abducted Ratan Dutta) নামৰ ব্যৱসায়ীজনৰ মৃতদেহ আজি কাৰবি আংলং আৰক্ষীয়ে ধনশিৰি সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যৰ পৰা উদ্ধাৰ (Body recovered) কৰে ৷

কাৰবি আংলং জিলা আৰক্ষীৰ অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (Sanjeev Kumar Saikia, S.P)ই এক সংবাদ মাধ্যম (Press Meet)ৰ আগত এই কথা সদৰি কৰি কয় যে, যোৱা ১৯ ডিচেম্বৰত ৰতন দত্তক অপহৰণ কৰি তেওঁৰ মোবাইলৰ হুৱাটএপৰ জৰিয়তে  পৰিয়ালৰ লোকক অঞ্জাত আততায়ীয়ে ধন দাবী কৰিছিল৷ দত্তৰ পৰিয়ালৰ লোকে ২০ ডিচেম্বৰৰ নিশা ৯ বজাত এই সন্দৰ্ভত বৰলাংফেৰ আৰক্ষী থানাত এখন অজাহাৰ দাখিল কৰে৷

DiphuP 2 | ASSAM TIMES POST
বৰলাংফেৰত অপহৃত ৰতন দত্তক হত্যা সন্দৰ্ভত S.P. সঞ্জীৱ কুমাৰ শইকীয়া সংবাদমেল

আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই ঘটনাৰে সৈতে জড়িত থকাৰ সন্দেহত ডিএনএলএ উগ্ৰপন্থী (DNLA militants) সংগঠনৰ প্ৰাক্তন সদস্য ছানা সিঙক আটক কৰি সোধা- পোছা কৰাত ছানা সিঙ আৰু গোলাঘাটস্থিত আনলাৰ কেইজনমান সদস্য আৰু কাৰ্গিল নামৰ প্ৰাক্তন ডিএনএলএ উগ্ৰপন্থী সদস্যই ৰতন দত্তক অপহৰণ কৰি হত্যা কৰা বুলি স্বীকাৰ কৰে৷

ৰতন দত্তৰ ছানা সিঙৰ সৈতে ব্যক্তিগত শত্ৰুতাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে৷ ধনশিৰি-দলদলী সংৰক্ষিত বনাঞ্চলৰ ঘন অৰণ্যত এই হত্যাকাণিড সংঘটিত কৰা বুলি উল্লেখ কৰি দত্ত নিৰুদ্দেশ হোৱাৰ তথ্য আৰক্ষীক পলমকৈ দিয়াৰ বাবেও ব্যৱসায়ী গৰাকী জীৱনিতে উদ্ধাৰ কৰাত আৰক্ষী সফল নহ’ল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে৷ ঘটনা সংক্ৰান্তত ছানা সিঙ,  কাৰ্গিল সহিতে মুঠ ছজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দি এই ঘটনাত জড়িত আৰু কেইজনমান গ্ৰেপ্তাৰ হব বুলিও দাবী কৰে৷

Tags: AbductedRatanDuttaBodyFoundৰতনদত্তকহত্যা
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx