ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৬  সংখ্যক গণৰাজ্য দিৱস উদযাপন:

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
January 26, 2025
Reading Time: 1 min read
A A
0
ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৬  সংখ্যক গণৰাজ্য দিৱস উদযাপন:

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

দেওবাৰে পুৱা ৯ বজাত ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত  ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে ৷  সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস ৷

ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৬  সংখ্যক গণৰাজ্য দিৱস উদযাপন:
ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৬  সংখ্যক গণৰাজ্য দিৱস উদযাপন:

দেওবাৰে  পুৱাৰ ভাগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ত্ৰিৰংগা পতাকা উত্তোলনৰ পিছত ডিফুস্থিত গান্ধী পাৰ্কত থকা শ্বহীদ বেদীত  শ্বহীদ সকললৈ পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কাৰবি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ নেতৃত্বাধীন টীম কাৰবি আংলঙে ৷তেওঁৰ লগত থাকে জিলা আয়ুক্ত নিৰলা ফাংচপী  আৰু আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া৷  

474809751 1159810912182673 3293008556736604421 n | ASSAM TIMES POSTমুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে প্ৰথমতে ভাৰতবৰ্ষক এখন স্বাধীন গণৰাজ্য দিৱস হিছাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰাণাহুতি দিয়া স্বাধীনতা সংগ্ৰামী আৰু অনান্য নেতা সকলক শ্ৰদ্ধাৰে সোঁৱৰে ৷  জিলাখনৰ  জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে সমবিকাশ কৰাত তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলি কয় ৷ লগতে তুলিৰাম ৰংহাঙে বিজেপি চৰকাৰৰ জন কল্যাণমূখী আঁচনিৰ খতিয়ান দাঙি ধৰে ৷  ইয়াৰ পিছত বিভিন্ন সাংস্কৃতিক দলৰ নৃত্য গীত প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন বিভাগৰ টেবলয়ড সমূহো প্ৰদৰ্শন কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা হয় ৷ 

Tags: অনুষ্ঠান উদযাপনঅনুষ্ঠানৰ আয়োজনঅসমৰ সংস্কৃতিকাৰবি আংলং অনুষ্ঠানকাৰবি আংলং স্বায়ত্তশাসিত পৰিষদখেল পথাৰগান্ধী পাৰ্কজন কল্যাণমূখী আঁচনিজাতীয় ঐক্যজিলাখনৰ উন্নয়নটেবলয়ড প্ৰদৰ্শনডিফুৰ চৰকাৰী বালক বিদ্যালয়তুলিৰাম ৰংহাঙনৃত্য গীতপতাকা উত্তোলনপতাকা উত্তোলন অনুষ্ঠান.পাহাৰীয়া জিলাসমূহপুষ্পাঞ্জলীবিজেপি চৰকাৰবৰ্ণাঢ্য কাৰ্যসূচীশিক্ষাৰ প্ৰযুক্তিশ্বহীদ বেদীশ্ৰদ্ধাঞ্জলীসমবিকাশসাংস্কৃতিক অনুষ্ঠানস্বাধীনতা সংগ্ৰামী৭৬ সংখ্যক গণৰাজ্য দিৱস
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT