ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফু আদালতত পিতাৰ দ্বাৰা কণ্যা সন্তানক ধৰ্ষণৰ ঐতিহাসিক ৰায়দান: ২০ বছৰ কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 5, 2025
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

শণিবাৰে বিয়লি প্ৰায় ৪ বজাত ডিফুত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে জানিবলৈ দিয়ে, আজি ডিফুৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত নিজ কণ্যা সন্তানক ধৰ্ষণৰ অপৰাধত এজন অভিযুক্তক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে তিনিলাখ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে অতিৰিক্ত তিনি বছৰৰ সাধাৰণ কাৰাবাসৰো ৰায়দান প্ৰদান কৰে ৷

লোক অধিবক্তা গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি POCSO আইনৰ অধীনত ডিফু আদালতৰ অতিৰিক্ত জিলা ও সত্র ন্যায়াধীশ গীতালি ৰাভাৰ আদালতে Special (POCSO) গোচৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰি  নিজ কণ্যা সন্তান ধৰ্ষণকাৰী অভিযুক্ত বুলু খাৰিকাপছাক এই শাস্তি প্ৰদান কৰে ৷

ডিফু আদালতত পিতাৰ দ্বাৰা কণ্যা সন্তানক ধৰ্ষণৰ ঐতিহাসিক ৰায়দান: ২০ বছৰ কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা
ডিফু আদালতত পিতাৰ দ্বাৰা কণ্যা সন্তানক ধৰ্ষণৰ ঐতিহাসিক ৰায়দান: ২০ বছৰ কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনা

উল্লেখ যোগ্যযে, ২০২৩ চনৰ অক্টোবৰ মাহৰ ৰাতি প্ৰায় ৮ মান বজাত ভুক্তভোগী টিউচনৰ ক্লাছ কৰি দেউতাকৰ লগত উভতি আহোঁতে নিজ দেউতাকে ভুক্তভোগীক খেতি পথাৰলৈ টানি নি জোৰ জবৰদন্তি ধৰ্ষণ কৰে। পুনৰ এক মাহ মানৰ পাছত ভুক্তভোগী ৰাতি শুই থকাৰ অৱস্থাত অভিযুক্ত দেউতাকে জোৰ কৰি ধৰ্ষণ কৰিছিল আৰু ইয়াৰ পাছৰ পৰা দেউতাকে ভুক্তভোগীক বহুত বাৰ ধৰ্ষণ কৰিছিল। চাৰি পাচ মাহ ধৰি দেউতাকে প্রায়ে ভুক্তভোগীক জোৰ কৰি ধৰ্ষণ কৰি আহিছে আৰু ভুক্তভোগীৰ মাকক হত্যা কৰি ভুক্তভোগীক বিয়া পাতি তাৰ পত্নী হিচাবে ৰাখিব বুলি ভাবুকি প্রদান কৰিছিল।

উক্ত গোচৰ সন্দৰ্ভত Special (POCSO) গোছৰ নং ১৫/২০২৪, হাওৰাঘাট থানাৰ গোছৰ নং ৩৪/২০২৩ ৰ চূড়ান্ত শুনানীত গোচৰটোৰ সাক্ষীবাদীৰ সাক্ষী গ্ৰহণ কৰাৰ অন্তত আচামী বুলু ওৰফে বলো খাৰিকাপছাক POCSO আইনৰ 6 of POCSO Act ৰ অধীনত সাক্ষীবাদীৰ উপযুক্ত প্রমাণ পাই দোষী সাব্যস্ত কৰি এই ৰায় প্ৰদান কৰে। এই ক্ষেত্রত বিশষকৈ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ পদক্ষেপ প্রশংক্ষণীয় আছিল বুলি উল্লেখ কৰে অতিৰিক্ত লোক অধিবক্তা গৰাকীয়ে।

Tags: Assam newsChild Protection Act.Legal NewsPOCSO ActPOCSO আইনঅভিযুক্তআইনগত কাৰ্যवाहीআইনগত পদক্ষেপকণ্যা সন্তানখেতি পথাৰগুৰুত্বপূৰ্ণ গোচৰগুৰুত্বপূৰ্ণ ৰায়দানজিলা আদালতজিলা আৰক্ষী অধীক্ষকজোৰ জবৰদন্তিটিউচনৰ ক্লাছডিফুততিনিলাখ টকাৰ জৰিমনাদেউতাদোষী সাব্যস্তধৰ্ষণধৰ্ষণৰ অপৰাধন্যায়িক ব্যবস্থাবিশেষ ৰায়বিয়লিবিয়া পাতিবুলু খাৰিকাপছাকভুক্তভোগীশণিবাৰেশাস্তিশিশু সুৰক্ষাসঞ্জীৱ শইকীয়াসঞ্জয় কুমাৰ যাদৱসত্ৰ ন্যায়াধীশসমাজিক ন্যায়সাক্ষী গ্ৰহণহত্যা২০ বছৰৰ কাৰাদণ্ড
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx