ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Andhra Pradesh Train Accident : চলন্ত অৱস্থাতেই কপলিং ছিঙি দুভাগত বিভক্ত ফালাকনুমা এক্সপ্ৰেছ

নিউজ ডেস্কঃ

News Desk by News Desk
April 8, 2025
Reading Time: 1 min read
A A
0
Andhra Pradesh Train Accident : চলন্ত অৱস্থাতেই কপলিং ছিঙি দুভাগত বিভক্ত ফালাকনুমা এক্সপ্ৰেছ

RELATED POSTS

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

New Logo Smal | ASSAM TIMES POST

হাওৰা-শালিমাৰৰ (Howrah-Shalimar) পৰা হায়দৰাবাদলৈ ৰাওনা হোৱা ফালাকনুমা এক্সপ্ৰেছ (Falaknuma Express) ৰে’লখনৰ কপলিং ছিঙি চলন্ত অৱস্থাতেই (In a moving) দুটা ভাগত বিভক্ত (Divided into two parts) হৈ পৰে। ৰে’লৱেৰ সূত্ৰ অনুসৰি, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ চুম্মাদেৱীৰ সমীপত সংঘটিত হয় এই ঘটনা।

প্ৰাৰম্ভিক তথ্য অনুসৰি, এ চি ডবা দুটাৰ মাজৰ কাপলিং ছিঙি যোৱাৰ ফলত ৰে’লখন দুটা ভাগত বিভক্ত হয়। কেইটামান ডবা ইঞ্জিনৰ সৈতে আগবাঢ়ি যায়। শেষৰ ডবাবোৰ পৃথক হৈ ইঞ্জিন নোহোৱাকৈ ৰে’লপথৰ কাষেৰে বহু দূৰ আগবাঢ়ি যায়। কিবা এটা হোৱা বুলি উপলব্ধি কৰি চালকে ৰে’লখন ৰখাই দিয়ে। তেতিয়ালৈকে ৰে’লখনৰ সন্মুখৰ অংশটো বাকী ডবাবোৰৰ পৰা বহু দূৰলৈ আগবাঢ়ি গৈছিল।

Train 1 | ASSAM TIMES POST
চলন্ত অৱস্থাতেই কপলিং ছিঙি দুভাগত বিভক্ত ফালাকনুমা এক্সপ্ৰেছ

এজন যাত্ৰীয়ে কয় যে তেওঁৰ হঠাতে এটা জোকাৰণি অনুভৱ কৰে। ইয়াৰ পিছত তেওঁ দেখে যে ৰে’লখনৰ গতি কমি আহিছে। কিন্তু তেতিয়াও ৰে’লখনৰ যাত্ৰীসকলে বুজিব পৰা নাছিল কি হৈছে। ৰে’লখন ৰৈ যোৱাৰ লগে লগে যাত্ৰীসকল স্তম্ভিত হৈ পৰে। ৰে’লখনৰ কেইটামান ডবা ইঞ্জিনৰ সৈতে আগবাঢ়িছে। পিছফালৰ ডবাবোৰ ৰে’লৰ সন্মুখৰ ডবাবোৰৰ পৰা পৃথক হৈ গৈছে। এই ঘটনা গম পোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে।

অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি ৰে’লৱেৰ সূত্ৰই দাবী কৰিছে। ইফালে এই খবৰ পোৱাৰ পিছতে ৰে’লৱেৰ বিষয়া-অভিযন্তাসকলে ক্ষিপ্ৰতাৰে উক্ত স্থানত উপস্থিত হয়। মেৰামতিৰ অন্তত পুনৰ ৰে’লখনে যাত্ৰা আৰম্ভ কৰে। এই ঘটনাৰ বাবে ব্ৰহ্মপুৰ-বিশাখাপট্টনম ৰে’লপথত কেইবা ঘণ্টা ধৰি ৰে’ল চলাচল ব্যাহত হৈ পৰে। অৱশ্যে এই ঘটনা কেনেদৰে সংঘটিত হ’ল ৰে’লৱেই তাৰ তদন্ত অব্যাহত ৰাখিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FalaknumaExpressTrainফালাকনুমাএক্সপ্ৰেছ ৰে'ল
Share4Tweet3Send

Related Posts

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

by News Desk
September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

by News Desk
September 24, 2026
50
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

by News Desk
September 24, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

by News Desk
September 24, 2026
51
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

by News Desk
September 24, 2026
52
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

by News Desk
September 24, 2026
53
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d