ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰ্বি আংলঙ ৬৬’৮০ শতাংশ  ,পশ্চিম কাৰ্বি আংলঙত ৬১’১৩ শতাংশ ফলাফল:

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 11, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

Manipur violence । মণিপুৰত পুনৰ ৰক্তক্ষয়ী হিংসা, ৰাষ্ট্ৰীয় ঘাইপথত গুলীচালনাত নিহত ৪

New Logo Smal | ASSAM TIMES POST

শুকুৰবাৰে পুৱা ১০ বাজি ৩০ মিনিটত ASSEB য়ে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কাৰবি আংলঙ জিলাৰ উত্তীৰ্ণৰ শতকৰা হাৰ ৬৬’৮০ শতাংশ আৰু পশ্চিম কাৰ্বি আংলং জিলাত উত্তীৰ্ণৰ শতকৰা হাৰ ৬১’১৩ শতাংশ ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰ্বি আংলঙ ৬৬'৮০ শতাংশ  ,পশ্চিম কাৰ্বি আংলঙত ৬১'১৩ শতাংশ ফলাফল:
হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাৰ্বি আংলঙ ৬৬’৮০ শতাংশ  ,পশ্চিম কাৰ্বি আংলঙত ৬১’১৩ শতাংশ ফলাফল:

কাৰবি আংলং জিলাত মুঠ ১০৬৫৮ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈ ৭১২০ উত্তীৰ্ণ হয় ৷ ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১২৩৩ জন, দ্বিতীয় বিভাগত ৩৮৯৬ জন আৰু তৃতীয় বিভাগত ১৭৭১ জন উত্তীৰ্ণ হয় ৷ পশ্চিম কাৰবি আংলঙত ৫৩৬৬ গৰাকী অৱতীৰ্ণ হৈ হ ৩২৮০ উত্তীৰ্ণ হৈছে ৷ ইয়াৰে প্ৰথম বিভাগত ৭৯২ জন, দ্বিতীয় বিভাগত ১৪৮৬ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৮০৯ জন ৷

 

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ASSEBঅসমউত্তীৰ্ণৰ শতাংশকাৰবি আংলংকাৰবি আংলং জিলাত ছাত্ৰ-ছাত্ৰীকাৰবি আংলঙ জিলাৰ উত্তীৰ্ণৰ শতকৰা হাৰঘোষণাছাত্ৰ-ছাত্ৰীতৃতীয় বিভাগদ্বিতীয় বিভাগপশ্চিম কাৰবি আংলংপশ্চিম কাৰবি আংলঙপশ্চিম কাৰ্বি আংলং জিলাত উত্তীৰ্ণৰ শতকৰা হাৰপ্ৰথম বিভাগপৰীক্ষাৰ ফলাফলফলাফলবিভাগীয় উত্তীৰ্ণশিক্ষাশিক্ষান্ত পৰীক্ষাশুকুৰবাৰে পুৱা ১০ বাজি ৩০ মিনিটহাইস্কুল শিক্ষান্ত পৰীক্ষা১০৬৫৮ জন১২৩৩ জন১৪৮৬১৭৭১ জন৩২৮০ উত্তীৰ্ণ৩৮৯৬ জন৫৩৬৬ গৰাকী৬১.১৩ শতাংশ৬৬.৮০ শতাংশ৭১২০ উত্তীৰ্ণ৭৯২ জন৮০৯ জন
Share5Tweet3Send

Related Posts

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

by News Desk
November 14, 2026
50
ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান
KARBI ANGLONG

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

by News Desk
November 14, 2026
50
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
KARBI ANGLONG

Manipur violence । মণিপুৰত পুনৰ ৰক্তক্ষয়ী হিংসা, ৰাষ্ট্ৰীয় ঘাইপথত গুলীচালনাত নিহত ৪

by News Desk
November 14, 2026
50
Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা
KARBI ANGLONG

Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

by ASSAM TIMES POST
November 13, 2026
55
Railway eviction । বোকাজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান
KARBI ANGLONG

Railway eviction । বোকাজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান

by News Desk
November 12, 2026
59
Karbi Anglong Day 2026 I কাৰ্বি আংলং দিৱসৰ প্লেটিনাম জুবিলী, ১৫ হাজাৰ শিল্পীৰ লোকনৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস
KARBI ANGLONG

Karbi Anglong Day 2026 I কাৰ্বি আংলং দিৱসৰ প্লেটিনাম জুবিলী, ১৫ হাজাৰ শিল্পীৰ লোকনৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস

by News Desk
November 12, 2026
62
ADVERTISEMENT
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
50
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
50
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

November 14, 2026
50
ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান
KARBI ANGLONG

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d