ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home crime

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
May 17, 2025
Reading Time: 1 min read
A A
0
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Drugs Seized in Assam’s Khatkhati : two arrested

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

যোৱাকালি নিশা ধুবুৰী আৰক্ষীয়ে এক কনিষ্ট’বলক মাৰপিট কৰাৰ ঘটনাৰ সৈতে জড়িত দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ তথ্য প্ৰকাশিত হৈছে।। উল্লেখ্য যে, বিগত ২২ এপ্ৰিলৰ দিনা ধুবুৰীৰ আৰক্ষী ছাউনিৰ সন্মুখৰ ৰাজপথত এগৰাকী কনিষ্ট’বল এগৰাকীক বেয়াকৈ মাৰপিট কৰিছিল এটা উন্মত্ত দলে। দৰাচলতে, দক্ষিণ শালমাৰা থানাত ৰুজু হৈ থকা এনডিপিএছ  আইনৰ ২১(বি) আৰু ২২(চি) ধাৰাত  ৪৫/২৫ নম্বৰৰ এক গোচৰৰ ভিত্তিত সিদিনা দক্ষিণ শালমাৰা আৰক্ষী থানাৰ এটি দলে আজি ধুবুৰী চহৰৰ পাৰ্শ্ববৰ্তী নিউঘাট অঞ্চলত এক অভিযান চলাইছিল

ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

ধুবুৰী সদৰ থানাৰ কনিষ্ট’বল আব্বাছ আলীৰ সহযোগত চলোৱা সেই অভিযানত কৰায়ত্ত হৈছিল কুদ্দুছ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন। কিন্তু কুদ্দুছক কৰায়ত্ত কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল অঞ্চলটোৰ বহু পুৰুষ-মহিলাই আৰু চাঁচা লৈছিল আৰক্ষীৰ অভিযানকাৰী সেই দলটোক। খেদি খেদি ধুবুৰী আৰক্ষী ছাউনিৰ সন্মুখলৈ আহি উপস্থিত হৈছিল উন্মত্ত সেই দলটো। ইফালে, কথমপি আৰক্ষীৰ দলটো আৰক্ষী ছাউনীত প্ৰৱেশ কৰিছিল যদিও সেই স্থানত গোট খোৱা উন্মত্ত সেই দলটোৰ হেঁচাত বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হৈছিল আব্বাছ আলীয়ে।

দলটোৰ একাংশই আলীক বেয়া ধৰণে মাৰপিট আৰম্ভ কৰাৰ পিছত যেন হুঁছ আহিছিল ধুবুৰী আৰক্ষীৰ আৰু একছন মুডত নামি মাৰপিটত ৰ’ত সেই দলটোৰ পুৰুষ-মহিলাকে ধৰি মুঠ ১২ গৰাকী লোকক আটক কৰিছিল। ইপিনে সিদিনাৰ সেই ঘটনাৰ মূল অভিযুক্ত মন্টু আলী আৰু মহিবুল আলী নামৰ লোক দুজন দিনে পলাতক অৱস্থাত আছিল যদিও যোৱানিশা দুয়োকে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

Tags: অভিযানঅসমআইন শৃংখলাআটকআৰক্ষীআৰক্ষী ছাউনিআৰক্ষীৰ অভিযানউন্মত্ত দলএনডিপিএছ আইনকনিষ্টবলকুদ্দুছ আলীখেদিগ্ৰেপ্তাৰঘটনাজনতাত উত্তেজনাড্ৰাগছ সৰবৰাহকাৰীদক্ষিণ শালমাৰাধুবুৰীধুবুৰী আৰক্ষীধুবুৰী সদরনিউঘাট অঞ্চলপলাতকপৰিস্থিতিমন্টু আলীমহিবুল আলীমাৰপিটমাৰপিট ঘটনাসংবাদ।সন্মুখৰাজপথ
Share4Tweet3Send

Related Posts

Drugs Seized in Assam’s Khatkhati : two arrested
crime

Drugs Seized in Assam’s Khatkhati : two arrested

by ASSAM TIMES POST
January 18, 2026
50
Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown
crime

Powerful Police Bust in Khatkhati: Heroin Seized, Two Arrested in a Swift Crackdown

by ASSAM TIMES POST
January 12, 2026
50
WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট
crime

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

by News Desk
December 20, 2025
50
Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon
ALL NEWS

Retired Official and Wife Brutally Attacked by Ex-Caretaker in Nagaon

by ASSAM TIMES POST
November 8, 2025
50
Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice
crime

Outrage at Goalpara College: Student Harassment Sparks Protests and Calls for Justice

by ASSAM TIMES POST
September 16, 2025
50
Doughter in law Injury I বোৱাৰীয়ে কিয় চাকৰি কৰিব? ৰাজপথত বোৱাৰীয়েকক ইটাৰে আঘাত শহুৰেকৰ
crime

Murder I বৰলাংফাৰত পত্নীক ঘপিয়াই হত্যা ঘাতক স্বামীৰ:স্বামী গ্ৰেপ্তাৰ

by Staff Reporter
September 7, 2025
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx