ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সুস্মিতাই নাজানে অসমীয়া আৰু বঙালী ভাষা যে ভাই-ককাই- পৰমানন্দ ৰাজবংশী

Staff Reporter by Staff Reporter
February 18, 2020
Reading Time: 1 min read
A A
0
সুস্মিতাই নাজানে অসমীয়া আৰু বঙালী ভাষা যে ভাই-ককাই- পৰমানন্দ ৰাজবংশী

0 1 e1574345654996 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

নিউজ ডেস্ক

শিলচৰৰ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱক কটাক্ষ অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশী৷সাংসদ গৰাকীয়ে বৰাকৰ মুখ্য ভাষা বঙালী হব লাগে বিভিন্ন সময়ত কৰি অহা মন্তৱ্যক উভতি ধৰি সভাপতি ৰাজবংশীয়ে কয় “অসমীয়া আৰু বঙালী ভাষা যে ভাই-ককাই তেওঁ সেই কথাটো জানিব তো লাগিব ! বাপেকৰ পদাংক অনুসৰি কৰি বাংলা ৰাজনীতি কৰিলেই নহব৷কাৰণ আমিতো মাহে-মাহে বা দুমাহৰ মূৰত বৰাকলৈ গৈছো আৰু তাত গৈ সভা কৰিছো, অসমীয়া ভাষাৰ উন্নতিৰ কথা কৈছো, নাটকো কৰিছো কোনো বাংলাভাষি মানুহে আমাক আপত্তি কৰা নাই” ৷

“আমি বিচাৰো জ্যোতি প্ৰসাদ, ৰবীন্দ্ৰনাথৰ দৰে কাৰ্যসূচী সমূহ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে বুজি উঠাৰ বাবে উদযাপন কৰক কিন্তু যোৱা বৰ্ষত ৰবীন্দ্ৰ জয়ন্তী দিনটোতত চৰকাৰী বিদ্যালয়ত  উদযাপনৰ বিপৰিতে পৰীক্ষা পাতিছিল তাক অসম সাহিত্য সভাই তীব্ৰ বিৰোধিতা কৰিছিল৷ সেই সময়ত সুস্মিতা দেৱ ক’ত আছিল “ – বুলি উথাপন কৰে ৰাজবংশীয়ে।

উল্লেখ যে অসম সাহিত্য সভাৰ স্পষ্ট কথা বৰাক- ব্ৰহ্মপুত্ৰ সকলোতে অসমীয়া ভাষা প্ৰথম ভাষা হিচাপে প্ৰচলিত হৈ থাকিব লাগিব।তেওঁ লগতে কয়।অসম সহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত বিদায়ী সভাপতি ৰাজবংশীয়ে সোমবাৰে সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনী মোহন চৌধুৰী ৷

Tags: Assam Sahitya SabhaParamananda Rajbongshi
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
50
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

August 10, 2026
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx