ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঝংকাৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান :১২ জনক দোষী সাব্যস্ত,দুই আৰক্ষী সহ চাৰিজনক ৰেহাই: ২৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হব শাস্তিৰ পৰিমাণ :

Staff Reporter by Staff Reporter
February 24, 2020
Reading Time: 1 min read
A A
0
Dead body of youth recovered in lock up

0 1 e1574345654996 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

ডিফু : ২০১৩ চনত ডিফু চহৰত সংঘটিত হোৱা ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডকলৌ আজি ডিফুৰ জিলা সত্ৰ ন্যায়াধীশ এ আহমেদৰ আদালতে চূড়ান্ত শুনানী সম্পন্ন কৰে ৷ আজি গোছৰটোৰ চূড়ান্ত শুনানীৰ পূৰ্বেই সেই মৰ্মে, ডিফু জিলা কাৰাগাৰৰ পৰা ১৬জনকৈ অভিযুক্তক ডিফু সত্ৰ ন্যায়াধীশ এ, আহমেদৰ আদালতত হাজিৰ কৰোৱা হয় ৷

তেওঁলোক ক্ৰমে, ছাৰচিং টেৰণ, ৰবিণচন টেৰণ, সঞ্জয় ৰংফাৰ, বিক্ৰম টিচ’, ইনুচ তিমুঙ, জেনচিং টেৰণ, বিশ্বজিত হাঞ্চে, বিনিং তেৰাঙ,চাৰবংৰি টোৰাঙ, ফিলিপছন টাৰ’, দিলীপ টেৰণ, ছাৰ্থে বে’, হাবিলদাৰ হাৰুণ বৰা, হেইতেশ ৰাভা ওৰফে মাল্চ’ মঙলছিং ৰংফাৰ, আৰু এএছ আই ৰমেশ চন্দ্ৰ নাথ ৷ ন্যায়াধীশ এ, আহমেদৰ বিচাৰপীঠে দিয়া ৰায়দান অনুসৰি মুঠ ১৬ জন অভিযুক্তৰ ১২ জনক উক্ত গোছৰত দোষী সাব্যস্ত কৰে ৷ লগতে দুজন আৰক্ষী ক্ৰমে এএছ আই ৰমেশ চন্দ্ৰ নাথ, হাবিলদাৰ হাৰুণ বৰা সহ ছাৰ্থে বে’ আৰু দিলীপ টেৰণক উক্ত গোছৰৰ পৰা দোষমুক্ত কৰি ৰেহাই দিয়ে ৷

https://youtu.be/TyEk2F8Om2s

আজি ৰায়দানত ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে যদিও দোষী সকলৰ শাস্তিৰ পৰিমাণৰ ৰায় পৰৱৰ্তী শুনানী ২৮ ফেব্ৰুৱাৰীলৈ সংৰক্ষিত ৰাখিছে ৷ উল্লেখ যোগ্য যে, ২০১৩ চনৰ ২৫ জুনত সন্ধিয়া ঝংকাৰ শইকীয়া আৰু তেওঁৰ অধিবক্তা পিতৃ অট’ৰিক্সাৰে ডিফু চহৰলৈ আহি থাকোঁতে সামান্য ১০ টকাৰ ভাড়ালৈ অট’চালকৰ সৈতে বিৰ্ক হৈছিল আৰু পিছত উক্ত বিতৰ্কই ভয়াবহ ৰপপ লয় আৰু এদল উন্মত্ত লোকে ঝংকাৰ শইকাৃীয়াক গণ প্ৰহাৰ কৰি গুৰুতৰ জখম কৰে ৷

পিছত ১ জুলাইত গুৱাহাটীৰ এখন হাস্পাতালত মৃত্তুৰে যুঁজি যঁজি শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ এই সন্দৰ্ভত ঝংকাৰৰ পিতৃয়ে ডিফুত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই উক্ত গোছৰত ১৬ জনক অভিযুক্ত কৰি চাৰ্জশ্বীট দাখিল কৰে ৷ এই সন্দৰ্ভত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ গোছৰটো ক্ৰমে,ডিফু, থানা গোছৰ নং, ৯৫/১৩, জিআৰ গোছৰ নং ৪২১/২০১৩, এছছি গোছৰ নং:- ৫৯/২০১৮ বিচাৰ প্ৰক্ৰিয়া চলে ৷

অভিযুক্ত সকল আছিল ক্ৰমে, ছাৰছিং টোৰণ, ৰবিনচন টেৰণ, সঞ্জয় ৰংফাৰ, বিক্ৰম টিচ’, ইনুছ তিমুঙ,জেনছিং টেৰণ,বিশ্বজিত হাঞ্চে, বিনিং তেৰাঙ, ছাৰবংৰি তেৰাঙ, ফিলিপছন তাৰ’, দিলীপ টেৰণ,ছাৰ্থে বে’, হাবিলদাৰ হাৰুণ বৰা, হেইতেশ ৰাভা ওৰফে মাল্ট’, মঙলছিং ৰংফাৰ, এএছ আই ৰমেশ চন্দ্ৰ নাথ ৷ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা১৪৭, ৩২৩, ৩৪১, ৩০৭, ৩০২১০৯ আৰু ১৪৯ গোছৰ চলিছল যদিও ১৪৯/৩৫১/৩২৩/ ১৩০ আৰু আৰডব্লিউ ধাৰা ১৯৯ ত ১২ জন আচামীক দোষী সাব্যস্ত কৰা হয় ৷

গোচৰীয়া পক্ষৰ হৈ উকালতি কৰিছিল বিশেষ লোক অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱাল দত্ত, আৰু ডিফু আদালতৰ লোক অধিবক্তা ডি কে ডেকাই ৷ আনহাতে আচামী পক্ষৰ হৈ উকালতি কৰিছিল ৷আচামী পক্ষ উকিল ক্ৰমে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মানস শৰণীয়া, ছাৰলংকি ইংতি, আৰ্কই ইংতি কাথাৰে ৷এইলৈ ডিফু আদালত চৌহদৰ পৰা ডিফু চহৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় ৷ ২৮ ফেব্ৰুৱাৰীত চূড়ান্ত শাস্তিৰ পৰিমাংণ ঘোষণা হলেহে সুদীৰ্ঘ ৭ বছৰ অন্তত ন্যায় পাব ঝংকাৰৰ আত্মাই ৷

Tags: assamDiphuMurder Case
Share4Tweet3Send

Related Posts

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx