ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত জ্যেষ্ঠ নাগৰিকৰ চৰণ ধুৱাই আশিস ল’লে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই: “সামাজিক ৰীতি-নীতি পৰিবৰ্তনৰ বাবেই জ্যেষ্ঠ নাগৰিকৰ দুখ- দুৰ্দশা হৈছে” : মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

Staff Reporter by Staff Reporter
February 29, 2020
Reading Time: 1 min read
A A
0
নগাঁৱত জ্যেষ্ঠ নাগৰিকৰ চৰণ ধুৱাই আশিস ল’লে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই: “সামাজিক ৰীতি-নীতি পৰিবৰ্তনৰ বাবেই জ্যেষ্ঠ নাগৰিকৰ দুখ- দুৰ্দশা হৈছে” : মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

0 1 e1574345654996 6 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

নগাঁও : বয়োজ্যেষ্ঠজনৰ চৰণ ধুৱাই আশিস ল’লে সমাজ কল্যাণ মন্ত্রী প্ৰমীলা ৰাণী ব্ৰহ্মই। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি নগাঁও চহৰৰ নেহৰুৱালিত জ্যেষ্ঠ নাগৰিক কল্যাণ সম্পৰ্কীয় ‘চেতনা’ শীৰ্ষক এক সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সমাজ কল্যাণ মন্ত্রী প্ৰমীলা ৰাণী ব্ৰহ্মই অনুষ্ঠানত উপস্থিত থকা কেইবাগৰাকী বয়োজ্যেষ্ঠ নাগৰিকৰ চৰণ ধুৱাই আশীৰ্বাদ লৈ কয় যে আমাৰ সমাজ, অসমীয়া সমাজ, জনগোষ্ঠীয় সমাজ এসময়ত সুন্দৰ আছিল। সামাজিক ৰীতি- নীতিৰ আধাৰত এই সমাজখনে সদায় জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰি আহিছিল। যাৰ বাবে পিতৃ-মাতৃ সকলে সন্তানৰ লগত থাকি সুৰক্ষা আৰু শান্তি অনুভৱ কৰিছিল।

WhatsApp Image 2020 02 29 at 19.54.56 | ASSAM TIMES POST

WhatsApp Image 2020 02 29 at 19.54.57 1 | ASSAM TIMES POST

আনহাতে সাম্প্ৰতিক সময়ত জ্যেষ্ঠ নাগৰিক সকলক একাংশ সন্তানে অৱহেলা কৰাৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে আমাৰ সামাজিক ৰীতি- নীতিৰ পৰিবৰ্তন হোৱাৰ বাবেই বহু জ্যেষ্ঠ নাগৰিকৰ দুখ-দুৰ্দশা হৈছে।

আধুনিকীকৰণ আৰু বিজ্ঞানে কি কৰিছে সেয়া ৰাইজে দেখিছে। জ্যেষ্ঠ নাগৰিকৰ দুখ- দুৰ্দশা আমি সামুহিক প্ৰচেষ্টাৰে দুৰ কৰিব লাগিব। নিজৰ পিতৃ- মাতৃ, জ্যেষ্ঠ নাগৰিকক শ্ৰদ্ধা আৰু আদৰ কৰাৰ আমাৰ পূৰ্বৰ পৰম্পৰা ঘুৰাই আনিব লাগিব । তেওঁ আৰু কয় যে বৰ্তমানৰ নৱ প্ৰজন্মই এই দিশত আন্তৰিকতাৰে মনোনিবেশ কৰিলে আমাৰ সমাজখন সুচাৰুৰূপে পৰিচালিত হ’ব আৰু আমাৰ সকলোৰে সম্পৰ্ক সুদৃঢ় হ’ব।

বৰ্তমানৰ চৰকাৰখনে জ্যেষ্ঠ নাগৰিকৰ কল্যানৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এই আঁচনি সমূহৰ জৰিয়তে জ্যেষ্ঠ নাগৰিক সকল উপকৃত হৈছে। নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই আদৰণি ভাষণত কয় যে জ্যেষ্ঠ নাগৰিক সকলে জীৱনৰ দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ অৱস্থা পাইছে। এই নাগৰিক সকলক আমি সকলোৱে শ্ৰদ্ধা কৰা উচিত।

উপায়ুক্তগৰাকীয়ে ভাষণ প্ৰসঙ্গত আমাৰ দেশত ৭ শতাংশ জ্যেষ্ঠ নাগৰিক থকা বুলি উল্লেখ কৰে। সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব ৰূপক কুমাৰ মজুমদাৰে জ্যেষ্ঠ নাগৰিক সকলৰ বাবে সমাজ কল্যাণ বিভাগে গ্ৰহন কৰা আঁচনি সমূহৰ ব্যাখ্যা দাঙি ধৰি জ্যেষ্ঠ নাগৰিক সকলক ইয়াৰ সুযোগ লবলৈ আহ্বান জনায়।

ইন্দ্ৰজিৎ দাসে আঁত ধৰা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মনালিছা দাসে জ্যেষ্ঠ নাগৰিক সকলে পাব পৰা আইনী সাহায্য আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: অতুল চন্দ্ৰ পাটৰে জ্যেষ্ঠ নাগৰিকৰ চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহন কৰা পদক্ষেপৰ বিষয়ে বাখ্যা দাঙি ধৰে।

সভাত সমাজ কল্যাণ বিভাগৰ সঞ্চালিকা দেৱলাদেৱী দাস, অতিৰিক্ত উপায়ুক্ত লাচিত দাস, জিলা সমাজ কল্যাণ বিষয়া দীনেশ চন্দ্ৰ দাস আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে দিবাঙ্গ শিল্পী শ্বাহিদ আফ্ৰিদী আৰু আৰতি কলিতাই সংগতি পৰিবেশন কৰে। মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ নাগৰিক সকলক গামোচা, চেলেং জাপি, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
50
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ
National-International

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

August 11, 2026
50
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

August 11, 2026
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx